নিউজ ব্যুৰ’,নগাঁও,৮জুলাই:–শিক্ষাৰ গুণগত মান উন্নয়নৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা অন্যতম বৌদ্ধিক কেন্দ্ৰস্থল নগাঁও জিলাৰ বেবেজীয়াত অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত ২০০৫চনৰ ৭ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হোৱা আৰ্য জাতীয় বিদ্যালয়ৰ “প্ৰাক গ্ৰীষ্মকালীন সমাৰোহ”খনি শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । এই উপলক্ষে পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ মুকলি কৰে বিদ্যালয়ৰ প্ৰশাসনিক কাৰ্যবাহী ঋতু পৰ্ণ শৰ্মাই ।
🔶 নিহত ছাত্ৰজন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লুকু শৰ্মা। 🔶 জামুগুৰিহাটৰ ধলাইবিলত ছুইফট-ডাম্পাৰৰ সংঘৰ্ষত আহত মহিলাসহ ৪গৰাকী যাত্ৰী। 🔶 ডিব্ৰুগড়ৰ পৰা মঙলদৈ অভিমুখে গৈ আছিল AS01BG9710 নম্বৰ ছুইফট বাহনখন। 🔶 দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ডাম্পাৰখনৰ পলায়ন।
ভাৰতত বিলাহীৰ মূল্য হঠাতে বৃদ্ধি হোৱাৰ বাবে ফাষ্ট ফুড কোম্পানীটোৱে এই সিদ্ধান্ত লৈছে। সাধাৰণতে বাৰ্গাৰৰ মাজত বিলাহীৰ টুকুৰা আৰু ৰেপ ফিলিংত মেকডনাল্ডছে বিলাহী ব্যৱহাৰ কৰিছিল। এতিয়াৰে পৰা এইবোৰত বিলাহী প্ৰদৰ্শন কৰা নহ’ব বুলি মেকডনাল্ডছে উল্লেখ কৰিছে। শুক্ৰবাৰে এক বিবৃতিত মেকডনাল্ডছে কৈছিল, বতৰৰ সমস্যাৰ বাবে বজাৰত অত্যাধিক হাৰত বৃদ্ধি পাইছে বিলাহীৰ
🔷 গুৱাহাটীত হ’ব আৰু ৩খন 5 Star হোটেল। 🔷 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব উন্নয়নৰ কাম, এইবাৰ নিয়ন্ত্ৰণত গুৱাহাটীৰ কৃত্ৰিম বান পৰিস্থিতি। 🔷 আত্মসন্তুষ্টি নলৈ GMC, GMDA কাম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শুকুৰবাৰে নাগৰিকসকলক শ্ৰীহৰিকোটাৰ এছডিএছচি-এছএআৰৰ লঞ্চ ভিউ গেলেৰীৰ পৰা চন্দ্ৰযান-৩-ৰ উৎক্ষেপণ চাবলৈ আমন্ত্ৰণ জনাইছে । ইয়াৰ বাবে lvg.shar.gov.in/VSCREGISTRATIO-ত পঞ্জীয়ন কৰিব লাগিব । “বাহনৰ বৈদ্যুতিক পৰীক্ষা সম্পূৰ্ণ হৈছে । নাগৰিকসকলক শ্ৰীহৰিকোটাৰ এছডিএছচি-এছএআৰৰ লঞ্চ ভিউ গেলেৰীৰ পৰা https://lvg.shar.gov.in/VSCREGISTRATIO-ত পঞ্জীয়ন কৰি উৎক্ষেপণ চাবলৈ আমন্ত্ৰণ জনোৱা হৈছে ।” ইছৰোৱে টুইট কৰি