প্ৰৱিত্ৰ শাওণ মাহ শিৱ ভক্তৰ বাবে বহুতো মহত্ব পূৰ্ণ হয়। আৰু শাওণ মাহ হৈছে ভগৱান শিৱৰ অতিকৈ প্ৰিয় মাহ( Religious Studies )। এই শাওণ মাহত ভক্তই কৰা শ্ৰদ্ধাৰ দ্বাৰা মহাদেৱ বহু সোনকালে সন্তুস্ত হয়, আৰু ভক্তৰ মনৰ কামনা পূৰ্ণ কৰে। Religious Studies শাস্ত্ৰত এনে কিছু নিয়ম বা উপায়ৰ বিষয়ে বৰ্ণনা
ধাৰ্মিক মান্যতা অনুসাৰে, শাওণ মাহ ভগৱান শিৱৰ অতি প্ৰিয় মাহ হয়। সেইবাবে সম্পূর্ণ শাওণ মাহত ভগৱান শিৱৰ বিশেষভাৱে পূজা অৰ্চনা কৰা হয়( Religious Studies )। শাওণ মাহক প্ৰেমৰ মাহ বুলিও গণ্য কৰা হয়। শাওণ মাহতে ভক্তই শাওণ মাহৰ সোমবাৰৰ ব্ৰত ৰাখে। কোৱা হয় এই ব্ৰট পালন কৰিলে, ভগৱান শিৱ তেওঁৰ
এবাৰ ভগৱান শ্ৰীকৃষ্ণ বলৰামৰ সৈতে হস্তিনাপুৰলৈ গ’ল ৷ তেওঁলোক হস্তিনাপুৰলৈ যোৱাৰ পাছত অক্ৰুৰ আৰু কৃতবৰ্মাই শতধনৱাক ‘স্যমন্তক মণি’ কাঢ়ি আনিবলৈ উচটনি দিলে( Religious Studies ) ৷ শতধনৱা বহুত দুষ্ট আৰু পাপী স্বভাৱৰ লোক আছিল ৷ অক্ৰুৰ আৰু কৃতবৰ্মাৰ উচটনিৰ লালসাত তেওঁ শুই থকা সত্ৰাজিতক হত্যা কৰি মণি লৈ তাৰ পৰা উধাও হ’ল ৷
গুজৰাটৰ চুৰাটত সংঘটিত হৈছে এক জঘন্য ঘটনা। নিজৰ সন্তানক হত্যা কৰিলে মাতৃয়ে। প্ৰেমৰ বাবেই ডেৰ-দুবছৰীয়া সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে। সন্তানটিক হত্যা কৰাৰ পিছত নিজেই থানাত এজাহাৰ দাখিল কৰে মাতৃগৰাকীয়ে। সন্তানটি নিৰুদ্দেশ হোৱা বুলি থানাত এজাহাৰ দিয়াৰ পিছত আৰক্ষীৰ সৈতে নিজ পুত্ৰক বিচাৰিবলৈ ধৰিলে মহিলাগৰাকীয়ে। একেৰাহে
কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে আবকাৰী নীতিৰ ধন সৰবৰাহৰ গোচৰত চিছ’দিয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰত ইতিপূৰ্বে বিচাৰ আদালতে জামিন নাকচ কৰি দিয়া আদেশক দিল্লী উচ্চ ন্যায়ালয়ে যুক্তিযুক্ত বিবেচনা কৰে আৰু এই আদেশ বাহাল ৰাখে। অভিযুক্ত চিছ’দিয়াৰ ৰাজনৈতিক স্থিতিৰ বাবে তেওঁ সাক্ষীক প্ৰভাৱিত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি উচ্চ ন্যায়ালয়ে