বিশিষ্ট সংগীতশিল্পী সুদক্ষিণা শৰ্মা আৰু নাই!

বিশিষ্ট সংগীতশিল্পী সুদক্ষিণা শৰ্মা আৰু নাই!

শেষ নিশ্বাস ত্যাগ কৰিলে সুদক্ষিণা শৰ্মাই। দীৰ্ঘদিনীয়া অসুস্থাৰ অন্তত আজি পুৱা তেওঁ জি এম চি এইছত শেষ নিশ্বাস ত্যাগ কৰে। পুৱা ৮.২৫ বজাত মৃত্যুক সাৱটি লোৱা শিল্পীগৰাকীৰ বয়স আছিল ৮৯ বছৰ। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মা আছিল গীতিকাৰ, সুৰকাৰ দিলীপ শর্মাৰ পত্নী। ১৯৩৪ চনৰ ৮ আগষ্টত জন্মগ্ৰহণ

কাইলৈ গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়

কাইলৈ গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়

মা কামাখ্যাৰ আশিস গ্ৰহণ কৰি IIT গুৱাহাটীৰ দুটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। উপ-ৰাষ্ট্ৰপতিৰ আগমনক লৈ তৎপৰ আৰক্ষী-প্ৰশাসন। মহানগৰীৰ ৰাজপথত বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি। ২৭, ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা। কাইলৈ পুৱা ৬ বজাৰ পৰা ৯ বজালৈ বলৱৎ থাকিব নিষেধাজ্ঞা।

মেট্ৰ’ যাত্ৰাত নিব পাৰিব সুৰা; স্পষ্ট কৰিলে দিল্লী মেট্ৰ’ কৰ্তৃপক্ষই…

মেট্ৰ’ যাত্ৰাত নিব পাৰিব সুৰা; স্পষ্ট কৰিলে দিল্লী মেট্ৰ’ কৰ্তৃপক্ষই…

এতিয়াৰে পৰা দিল্লী মেট্ৰ’ত যাত্ৰা কৰোতে যাত্ৰীয়ে কঢ়িয়াব পাৰিব সুৰা। এই কথা স্পষ্ট কৰিলে দিল্লী মেট্ৰ’ ৰে’ল বিভাগে। পিছে এই অনুমতি প্ৰদান কৰিলেও সীমিতভাৱেহে সুৰা নিব পাৰিব বুলি প্ৰকাশ কৰিছে বিভাগটোয়ে। এক টুইটযোগে বিভাগটোৱে কয় যে, দিল্লীৰ মেট্ৰ’ ৰে’লত যাত্ৰা কৰোতে যাত্ৰীয়ে লগত নিব পাৰিব সুৰাৰ বটল। পিছে এজন যাত্ৰীয়ে