‘২৫ হাজাৰ বিহুৱা বিহুৱতী লৈ দিল্লীলৈ যাম আৰু ভাৰত হিলাই দিম’: হিমন্ত বিশ্ব শৰ্মা

‘২৫ হাজাৰ বিহুৱা বিহুৱতী লৈ দিল্লীলৈ যাম আৰু ভাৰত হিলাই দিম’: হিমন্ত বিশ্ব শৰ্মা

আজি দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী। কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। বিশ্ব ৰেকৰ্ড গঢ়া বিহুৱা-বিহুৱতীলৈ মানপত্ৰ প্ৰদান কৰাৰ লগতে ২৫ হাজাৰকৈ মাননি প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মানকটা চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হৈছিল এই কাৰ্যসূচী। মিথানল প্ৰকল্পৰ সামগ্ৰী ৰপ্তানিৰ শুভাৰম্ভ অনুষ্ঠানটো অংশগ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিৱেশী ৰাষ্ট্ৰলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে। জয়পুৰ

আৰক্ষীৰ গুলীচালনাত এজন কিশোৰৰ মৃত্যুৰ পিছত প্ৰতিবাদত উত্তাল হৈ পৰিছে  ফ্ৰান্স

আৰক্ষীৰ গুলীচালনাত এজন কিশোৰৰ মৃত্যুৰ পিছত প্ৰতিবাদত উত্তাল হৈ পৰিছে ফ্ৰান্স

ইয়াৰ মাজতে এই প্ৰতিবাদ সংঘৰ্ষ আৰু হিংসাত পৰিণত হয় । এই সংঘৰ্ষ নিয়ন্ত্ৰণৰ বাবে ফ্ৰান্সৰ কৰ্তৃপক্ষই সমগ্ৰ দেশতে ৪৫ হাজাৰ আৰক্ষী আৰু অস্ত্ৰসজ্জিত বাহন মোতায়েন কৰিছে। ইয়াৰ উপৰিও দেশৰ তৃতীয় বৃহত্তম চহৰ লিয়নত আৰক্ষীৰ হেলিকপ্টাৰে টহল দি আছে। শুকুৰবাৰে সন্ধিয়া ফ্ৰান্সৰ টেলিভিছন চেনেল টি এফ ৱানক দিয়া এক সাক্ষাৎকাৰত গৃহ

নিৰুদ্দেশ! হজলৈ গৈ সন্ধানহীন এগৰাকী অসমৰ মহিলা।

নিৰুদ্দেশ! হজলৈ গৈ সন্ধানহীন এগৰাকী অসমৰ মহিলা।

– হজলৈ গৈ সন্ধানহীন এগৰাকী অসমৰ মহিলা। – সন্ধানহীন মহিলাগৰাকী হোজাইৰ মোৰাঝাৰ পাৰিজুৰী গাঁৱৰ চুলতান বেগম। – ২৮জুনৰ পৰাই সন্ধানহীন হৈ আছে মহিলাগৰাকী। – মহিলাগৰাকীৰ সন্ধান পালে ০৫৭৬৭-০৮০৩২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান।

লক্ষ্মীজান চাহ বাগিছাৰ মহিলাক গোপন অংগৰ দৃশ্য মোবাইলত বন্দী কৰি ভাইৰেল কৰিলে চিকিৎসকে

লক্ষ্মীজান চাহ বাগিছাৰ মহিলাক গোপন অংগৰ দৃশ্য মোবাইলত বন্দী কৰি ভাইৰেল কৰিলে চিকিৎসকে

লক্ষ্মীজান চাহ বাগিছাৰ এগৰাকী মহিলাক ক’ৰপাৰ্টি সংস্থাপনৰ দৃশ্য মোবাইলত বন্দী কৰি ভাইৰেল কৰিলে এজন চিকিৎসকে নাজিৰাৰ গেলেকীৰ লক্ষ্মীজান চাহ বাগিছাৰ এগৰাকী মহিলাৰ গোপন অংগত গৰ্ভ নিৰোধক ক’ৰপাৰ্টি সংস্থাপনৰ দৃশ্য মোবাইলত বন্দী কৰি ভাইৰেল কৰিলে ডাঃ চাহাদ উল্লাহে। চিকিৎসকগৰাকীৰ এই কুকাৰ্যৰ বিৰুদ্ধে গেলেকী আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী মহিলাগৰাকীৰ স্বামীৰ। এই

সম্পূৰ্ণ হোৱাৰ পথত NHPCৰ গেৰুকামুখ জলবিদ্যুৎ প্ৰকল্প

সম্পূৰ্ণ হোৱাৰ পথত NHPCৰ গেৰুকামুখ জলবিদ্যুৎ প্ৰকল্প

২০২৪ৰ আৰম্ভণিতে আৰম্ভ হ’ব পাৰে বিজুলী উৎপাদন। ২১০ মিটাৰ উচ্চ নদীবান্ধৰ কামৰ লগতে ইতিমধ্যে সম্পূৰ্ণ হৈছে প্ৰকল্পটোৰ ৯০ শতাংশ কাম। ২০২৩-২৪ৰ শেষৰ ফালে বিদ্যুৎ উৎপাদনৰ লক্ষ্য NHPCৰ 🔴 প্ৰায় সম্পূৰ্ণ হৈ উঠিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প 🔴 নদীবান্ধৰ ১১৬ মিটাৰ উচ্চতালৈ সম্পূৰ্ণ হৈছে নিৰ্মাণকাৰ্য 🔴 বিবৃতিযোগে এইকথা ঘোষণা NHPC কৰ্তৃপক্ষৰ