যোৱা ২৫জুনত বিহালী বাহবাৰীৰ নিৰুদ্দেশ হোৱা লোক আজি হাতীবন্ধাৰ পুখুৰীত উদ্ধাৰ SDRFক দোষাৰোপ ৰাইজৰ…

যোৱা ২৫জুনত বিহালী বাহবাৰীৰ নিৰুদ্দেশ হোৱা লোক আজি হাতীবন্ধাৰ পুখুৰীত উদ্ধাৰ SDRFক দোষাৰোপ ৰাইজৰ…

বিহালী সমষ্টিৰ অন্তৰ্গত বাহবাৰীৰ গাঁৱৰ বাবাই মুৰা নামৰ লোকজন বিগত ২৫ জুনৰ পৰাই নিৰুদ্দেশ হৈ আছিল। যোৱা ২৮ জুনত হাতিবন্ধাৰ গাওঁ ৰ এটা পুখুৰীৰ পাৰত কপোৰ চেন্দেলক কেন্দ্ৰ কৰি গাওঁ চাঞ্চল্যৰ সৃষ্টি হৈছিল। বিহালী আৰক্ষী আৰু গহপুৰৰsdrf মাতিছিল ৰাইজে sdrfয়ে পানীত বিচাৰি পোৱা নাছিল মৃতদেহ।কিন্তু SDRF অভিযান চলোৱা দুদিনৰ পিছত

নগাঁৱত নিশা উত্তপ্ত পৰিস্থিতি…

নগাঁৱত নিশা উত্তপ্ত পৰিস্থিতি…

এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি নগাঁও চহৰৰ নতুন বজাৰত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷ ৩৭ নং পুৰণি ৰাষ্ট্ৰীয় ঘাইপথৰে অতি দ্ৰুতগতিত অহা AS 23K 4407 নম্বৰৰ এখন বিলাসী বাহনে নতুন বজাৰৰ পথৰ কাষত ৰখাই থোৱা দুখন বাহনত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ৷ পিছত এই ঘটনাক

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী; অসমৰ বহুকেইখন জিলাত হ’ব মুষলধাৰ বৰষুণ

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী; অসমৰ বহুকেইখন জিলাত হ’ব মুষলধাৰ বৰষুণ

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী অসমৰ বহুকেইখন জিলাত হ’ব মুষলধাৰ বৰষুণ। উত্তৰ অসম, মধ্য অসম, নামনি অসম, উজনি অসমত বতৰে ল’ব পাৰে কালৰূপ।

‘আদিপুৰুষ’ লৈ মন্তব্য এলাহাবাদ উচ্চ ন্যায়ালয়ৰ-কোৰানৰ ওপৰত ভুলকৈ তথ্যচিত্ৰ নিৰ্মাণ হ’লে আজি পৰিস্থিতি ভয়ংকৰ হ’লহেতেন…

‘আদিপুৰুষ’ লৈ মন্তব্য এলাহাবাদ উচ্চ ন্যায়ালয়ৰ-
কোৰানৰ ওপৰত ভুলকৈ তথ্যচিত্ৰ নিৰ্মাণ হ’লে আজি পৰিস্থিতি ভয়ংকৰ হ’লহেতেন…

লক্ষ্ণৌ বিচাৰপীঠে বুধবাৰে আদিপুৰুষৰ নিৰ্মাতাসকলক ভৰ্ৎসনা কৰি কয় যে ইয়াত ৰামায়ণৰ চৰিত্ৰসমূহক “অতি লজ্জাজনক ধৰণে” দেখুওৱা হৈছে। আদিপুৰুষ ছবিখনত নিষেধাজ্ঞা আৰোপ কৰাৰ সন্দৰ্ভত দাখিল কৰা এক আবেদনত শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কয় যে, ৰামায়ন, কোৰান বা বাইবেল আদিৰ ওপৰত বিবাদিত এনে ছবি কিয় নিৰ্মাণ কৰা হয় যিয়ে মানুহৰ আধ্যাত্মিক ভাৱনাত