ইছলামিক পোছাক পিন্ধি নামাজ পঢ়িলে হাগ্ৰামা মহিলাৰীয়ে

ইছলামিক পোছাক পিন্ধি নামাজ পঢ়িলে হাগ্ৰামা মহিলাৰীয়ে

চিৰাংঃ বৃহস্পতিবাৰে চিৰাং জিলাৰ দাউখানগৰত পৰম্পৰাগত ইছলামিক সাজ-পোছাক পৰিধান কৰি বড়োলেণ্ড পিপ’লছ ফ্ৰণ্ট চমুকৈ বিপিএফৰ অধ্যক্ষ তথা বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ (বিটিচি) প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে পৱিত্ৰ ঈদ-আল আধাৰ নামাজত অংশগ্ৰহণ কৰে। সমূহীয়া নামাজত অংশগ্ৰহণ কৰাৰ পিছত বিটিচিৰ প্ৰাক্তন প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, “ঈদৰ দিনা নামাজত অংশগ্ৰহণ কৰাটো এয়াই প্ৰথম

১ জুলাইত মংগলৰ স্থান সলনি, এই চাৰিটা ৰাশিৰ জীৱনত যি ঘটিব, কল্পনাও কৰিব নোৱাৰিব!

১ জুলাইত মংগলৰ স্থান সলনি, এই চাৰিটা ৰাশিৰ জীৱনত যি ঘটিব, কল্পনাও কৰিব নোৱাৰিব!

১ জুলাইত মংগলৰ গোচৰ অর্থাৎ স্থান সলনি। সূৰ্যৰ ৰাশি সিংহত প্ৰৱেশ কৰিব মংগল। ১৭ আগষ্ট পৰ্যন্ত এই ৰাশিতে থাকিব মংগল। মংগলৰ এই গোচৰৰ ফলত জীৱন সলনি হ’ব এই চাৰি ৰাশিৰ জাতক–জাতিকাৰ। জীৱনত অশুভ প্ৰভাৱ পৰিব, দেখা দিব তীব্ৰ আৰ্থিক সংকট। জানি লওক কোন চাৰিচা ৰাশি সতৰ্ক হ’ব লাগিব। মেষ ৰাশি

উত্তৰবহীৰ RTI কৰি মেট্ৰিকত দশম স্থান লাভ কৰিলে নলবাৰীৰ জেচিকা মেছবিনে

উত্তৰবহীৰ RTI কৰি মেট্ৰিকত দশম স্থান লাভ কৰিলে নলবাৰীৰ জেচিকা মেছবিনে

যোৱা ২২ মে’ত ঘোষণা হৈছিল ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। মুঠ আঠটা স্থানেৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলিছিল শিক্ষাৰ নৱদ্বীপৰূপে খ্যাত নলবাৰী। আজি আকৌ এগৰাকী পৰীক্ষাৰ্থীয়ে নলবাৰী জিলাৰ পৰা দশম স্থান লাভ কৰিবলৈ সক্ষম হয় । পলমকৈ হ’লেও নলবাৰীলৈ আহিল আৰু এটি ভাল খবৰ । হাইস্কুল শিক্ষান্ত পৰীক্ষাত

জুলাইৰ প্ৰথম সপ্তাহত ৩টা গ্ৰহৰ ৰাশি পৰিৱৰ্তন, এই ৩টা ৰাশিৰ জাতক-জাতিকাৰ হাতলৈ আহিব প্ৰচুৰ টকা

জুলাইৰ প্ৰথম সপ্তাহত ৩টা গ্ৰহৰ ৰাশি পৰিৱৰ্তন, এই ৩টা ৰাশিৰ জাতক-জাতিকাৰ হাতলৈ আহিব প্ৰচুৰ টকা

কিছুমানে জ্যোতিষত বিশ্বাস কৰে আন কোনোৱে বিশ্বাস নকৰে। কিন্তু কোৱা হয় যে গ্ৰহৰ প্ৰভাৱ আমাৰ ৰাশিৰ ওপৰত নিৰ্ভৰশীল। এই প্ৰভাৱৰ বাবে কিছুমান ৰাশিৰ যদি ভাল ফল পোৱা যায়, তেন্তে আন কিছুমান ৰাশিয়ে বেয়া ফলাফল পায়। (প্ৰতীকী ছবি) জুলাই মাহৰ প্ৰথম দিনটোত গ্ৰহসমূহৰ শাসক মংগল গ্ৰহ কৰ্কট ৰাশিৰ পৰা সিংহ ৰাশিলৈ