দেৱশয়নী একাদশী ২৯ জুনত, চাৰিওদিশত সাফল্য লাভৰ বাবে একাদশীত এইদৰে কৰক পূজা

দেৱশয়নী একাদশী ২৯ জুনত, চাৰিওদিশত সাফল্য লাভৰ বাবে একাদশীত এইদৰে কৰক পূজা

হিন্দু ধৰ্মত দেৱশয়নী একাদশীক বিশেষ গুৰুত্ব দিয়া হয়। দৰাচলতে আজিৰ পৰাই ভগৱান বিষ্ণু যোগ নিদ্ৰালৈ যায়। এই ব্ৰত পালন কৰিলে ভগৱান বিষ্ণুৰ লগতে মাতৃ পাৰ্বতীৰো বিশেষ আশীৰ্বাদ পোৱা যায়। জানো আহক দেৱশয়নী একাদশীৰ তাৰিখ, গুৰুত্ব আৰু পূজা পদ্ধতি। এই একাদশী ব্ৰতে ধন বৃদ্ধিৰ ইচ্ছা পূৰণ কৰে। পাপমোচানী একাদশীৰ নিশা ৯টা

১৯ বছৰৰ পিছত এক শক্তিশালী সংযোগ ! শাওণ মাহত মহাদেৱৰ আশীৰ্বাদে জীৱনত অগ্ৰগতি আনিব …

১৯ বছৰৰ পিছত এক শক্তিশালী সংযোগ ! শাওণ মাহত মহাদেৱৰ আশীৰ্বাদে জীৱনত অগ্ৰগতি আনিব …

২০২৩ শিৱ ভক্তসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ কিয়নো মাহ ৩০ দিনৰ পৰিৱৰ্তে ৫৯ দিন। শিৱৰ আৰাধনাৰ বাবে ভক্তসকলে অধিক সময় পাব। প্রতীকী ছবি ৷ কিয়নো ১৯ বছৰৰ পিছত, জাতক-জাতিকাসকলৰ বাবে জীৱন অতি সুন্দৰ হ’ব।প্রতীকী ছবি ৷ চাৰিটা সোমবাৰৰ পৰিৱৰ্তে, আঠটা সোমবাৰ। পণ্ডিত শশীকান্তে কৈছে যে শাওণ মাহত শিৱ মন্দিৰত বিশাল ভিৰ

যোৰহাট নগৰৰ তৰাজানত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

যোৰহাট নগৰৰ তৰাজানত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

যোৰহাট নগৰৰ এ টি ৰোডত তৰাজান দলঙৰ সমীপত এখন হোটেলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় বুধবাৰে দুপৰীয়া। অগ্নিকাণ্ডত হোটেলখনৰ লগতে এখন ষ্টেচনাৰী দোকান আৰু এখন মাংসৰ দোকান জুইত জাহ যায়। অগ্নিকাণ্ডৰ ফলত কাষতে থকা এটা ভৱনৰো বিস্তৰ ক্ষতি হয়। এই ভৱনটোত আছিল কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠান। অতি ঘন বসতিপূৰ্ণ ব্যৱসায়িক অঞ্চলটোত জুই

মুক্তিৰ ২১ দিনতে অসমীয়া চিনেমাৰ সকলো অভিলেখ ভংগ কৰি শীৰ্ষস্থানত উপনীত হ’ল ‘শ্ৰী ৰঘুপতি’

মুক্তিৰ ২১ দিনতে অসমীয়া চিনেমাৰ সকলো অভিলেখ ভংগ কৰি শীৰ্ষস্থানত উপনীত হ’ল ‘শ্ৰী ৰঘুপতি’

পূৰ্ব সকলো অভিলেখ ভাঙি দোপে-দোপে উত্তৰণৰ দিশে গতি কৰিলে ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতিয়ে। উল্লেখ্য যে, ২০১১ চনত মুনিন বৰুৱাই নিৰ্মাণ কৰিছিল ৰামধেনু। জানিব পৰা মতে এইখনেই আছিল কোটিৰ ঘৰত ব্যৱসায় কৰা প্ৰথমখন অসমীয়া ছবি। তাৰপাচত ২০১৭ চনলৈ এটা দীঘলীয়া সময়ৰ পিচত হে পুনৰ কোটি টকাৰ ঘৰত কেইখনমান অসমীয়া ছবিয়ে ব্যৱসায়

নগাঁও জিলা পুথিভড়ালৰ পেক্ষাগৃহত বিশাল ঋণ মেলা অনুষ্ঠান

নগাঁও জিলা পুথিভড়ালৰ পেক্ষাগৃহত বিশাল ঋণ মেলা অনুষ্ঠান

আজি নগাঁও জিলা পুথিভড়ালৰ পেক্ষাগৃহত নগাঁও, মৰিগাঁও, কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং জিলাৰ ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত আত্ম সহায়ক গোটৰ বিশাল ঋণ মেলা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত আত্ম সহায়ক গোট সমূহক স্বাৱলম্বীতাৰ দিশত আগবাঢ়িবৰ হেতু বৃহৎ ধনৰাশিৰ ঋণ প্ৰদান কৰা হয়৷উক্ত কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূৰ্বাঞ্চলৰ