কাশী নগৰীক পাপ নাশী নগৰী বুলি কোৱাৰ আঁৰৰ কাহিনী

কাশী নগৰীক পাপ নাশী নগৰী বুলি কোৱাৰ আঁৰৰ কাহিনী

ভগৱান কাল ভৈৰৱ মহাদেৱৰে এক অপাৰ ৰূপ।। ভগৱান কাল ভৈৰৱক কলিযুগৰ জাগ্ৰত দেৱতা বুলি মনা যায়। ( শিৱ পুৰাণত কাল ভৈৰৱৰ উৎপত্তিৰ কথা বৰ্ণনা কৰা হৈছে.. শিৱ পুৰাণত ৮ নং খণ্ডত কাল ভৈৰৱৰ উৎপত্তিৰ কথা কোৱা হয়। ভগৱান শিৱৰ পৰম ৰূপ ভগৱান কাল ভৈৰৱে হয়। এসময়ত ব্ৰহ্মা সুমেৰু পৰ্বতত বহি

প্ৰকাশ পালে এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ সময়সূচীঃ স্থান নাপালে গুৱাহাটীয়ে…

প্ৰকাশ পালে এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ সময়সূচীঃ স্থান নাপালে গুৱাহাটীয়ে…

বিশ্ব ক্ৰিকেটৰ অভিভাৱক সংস্থা আই চি চিয়ে প্ৰকাশ কৰিলে বিশ্বকাপ-২০২৩ৰ সময়সূচী। মঙলবাৰে সংস্থাটিয়ে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ খেলৰ সময়,স্থান আদি সামৰি প্ৰকাশ কৰে সময়সূচী। চলিত বৰ্ষৰ ৫ অক্টোবৰৰ পৰা হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ আয়োজক দেশ ভাৰত। ৫ অক্টোবৰৰ পৰা ১৯ নবেম্বৰলৈকে ৪৬ দিন ধৰি চলিব লগা বিশ্বকাপৰ খেলসমূহ দেশৰ বিভিন্ন প্ৰান্তৰ

উত্তৰ গুৱাহাটীৰ মাজগাঁও ফেৰীঘাটত শোকাৱহ ঘটনা

উত্তৰ গুৱাহাটীৰ মাজগাঁও ফেৰীঘাটত শোকাৱহ ঘটনা

🔴 উত্তৰ গুৱাহাটীৰ মাজগাঁও ফেৰীঘাটত শোকাৱহ ঘটনা🔴 ফেৰীৰ পৰা পানীত পৰিল আভ্যন্তৰীণ জল পৰিবহণ নিগমৰ এজন কৰ্মচাৰী🔴 হঠাৎ মূৰ ঘূৰাই ফেৰীৰ পৰা ধনজিৎ ইংতি নামৰ লোকজন ভৰা লুইতৰ বুকুত বাগৰি পৰে🔴 ততাতৈয়াকৈ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে SDRF আৰু নদী আৰক্ষীয়ে

অসমত অত্যধিক হাৰত বৃদ্ধি শাক-পাচলিৰ বজাৰ মূল্য !

অসমত অত্যধিক হাৰত বৃদ্ধি শাক-পাচলিৰ বজাৰ মূল্য !

ৰাজ্যত বানপানী আৰু অত্যধিক বৰষুণৰ বাবে ঘৰ–দুৱাৰ, পথাৰ, শাক–পাচলিৰ খেতি নষ্ট হৈছে। ইয়াৰ ফলত এতিয়া পাচলিৰ দাম অত্যধিক হাৰত বৃদ্ধি পাইছে। পাচলিৰ অত্যধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে। ঢেকিয়াজুলিৰ পাইকাৰী বজাৰত প্ৰায়বোৰ কেচা শাক–পাচলিৰ দাম ৫০ৰ পৰা ৬০টকা পৰ্যন্ত হৈছে। নিতৌ শাক পাচলিৰ দাম বৃদ্ধি পাইছে। ঢেকিয়াজুলিৰ পাইকাৰী বজাৰত পটল