বানপানীৰ কৱলত অসমৰ কেইবাখনো জিলাৰ বহু অঞ্চল। বাৰিষাৰ সময়ত মূষলধাৰ বৰষুণৰ বাবে প্ৰতিবছৰে ৰাজ্যখনত বানপানী হোৱা পৰিলক্ষিত হয়। এই বৰ্ষতো বানপানীৰ ফলত বহু গাওঁ, চহৰ অঞ্চল পানীৰে প্লাৱিত হৈছে। বৰ্তমান কোনো কোনো ঠাইত বানপানীৰ প্ৰভাৱ কিছু কমিছে যদিও পৰিৱেশ একেবাৰে সঠিক হোৱা নাই। বৰ্তমানেও বানপানীৰ বাবে ৰাজ্যৰ ১১ জিলাৰ প্ৰায়
আফ্ৰিকা মহাদেশৰ অৰণ্যত দেখিবলৈ পোৱা বৃহৎ আকাৰৰ কাঠফুলা দেখিবলৈ পোৱা গৈছে অসমৰ এটা অঞ্চলত । মৰিয়নিৰ বাহনি অঞ্চলত দেখিবলৈ পোৱা গ’ল এপাহ বৃহৎ আকাৰৰ বিৰল প্ৰজাতিৰ কাঠফুলা । বাহনী চাহ বাগিচাৰ বুধু চন্দ্ৰ নায়ক নামৰ ব্যক্তিজনৰ ঘৰৰ বাৰীত প্ৰায় ১৫ দিনৰ পৰা ফুলি আছে এইবিধ কাঠফুলা । সাধাৰণতে অসমত দেখিবলৈ
বিদ্যুতৰ বিলক লৈ ডাঙৰ খবৰ। বিদ্যুৎ (উপভোক্তা অধিকাৰ) বিধি ২০২০ৰ ব্যাপক সংশোধন আনিছে কেন্দ্ৰীয় চৰকাৰে। সেই অনুসৰি দিনত বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ বিপৰীতে নিশা বেছি হ’ব বিদ্যুতৰ বিল। কেন্দ্ৰীয় শক্তি মন্ত্ৰণালয়ে ঘোষণা কৰা মতে, বিদ্যুৎ উপভোক্তাৰ বিল দিনৰ ভাগত ২০ শতাংশ পৰ্যন্ত হ্ৰাস পাব। তাৰ বিপৰীতে নিশাৰ সময়ত বৃদ্ধি পাব
স্বামীয়ে ক্ৰয় কৰা সম্পত্তিৰ সমান অধিকাৰ আছে বুলি ৰায়দান কৰে আদালতে। ন্যায়াধীশ কৃষ্ণন ৰামস্বামীয়ে স্বামী-স্ত্ৰীৰ সম্পত্তিৰ বিবাদ সম্পৰ্কীয় এটা গোচৰৰ ৰায়দান কৰি এই কথা উল্লেখ কৰে। লগতে আদালতে এই সন্দৰ্ভত কয় যে , যিসকল পত্নীয়ে বছৰ বছৰ ধৰি ঘৰ এখন চলোৱাৰ লগতে পৰিয়ালৰ যত্ন লৈ আহিছে তেওঁলোক সম্পত্তিৰ অংশীদাৰিত্বৰ অধিকাৰী।
বোকাখাতৰ লতাবাৰীত নিশা সংঘটিত হয় ভয়ংকৰ দূৰ্ঘটনা। ট্ৰাক আৰু ডি আই বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ১৩ বছৰীয়া কিশোৰ। গুৰুতৰভাৱে আহত হয় ২জনকৈ লোক। নিহত উত্তৰ প্ৰদেশৰ ফৰিদাবাদৰ নিৰ্মল কুমাৰ। আহত অশ্চিনী কুমাৰ আৰু ৰুবুল হক। যোৰহাট দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা ট্ৰাক খনত বিপৰীত দিশৰ পৰা অহা বলে’ৰ