টীয়কত মাইণ্ড গেম-২৪ ৰ উদ্যোগত দক্ষতা সম্পন্ন অভিভাৱক সভা; ডি এম আই টি পৰীক্ষা কেন্দ্ৰ মুকলি…

টীয়কত মাইণ্ড গেম-২৪ ৰ উদ্যোগত দক্ষতা সম্পন্ন অভিভাৱক সভা; ডি এম আই টি পৰীক্ষা কেন্দ্ৰ মুকলি…

  টীয়কৰ প্ৰতিবেদক ২৬ জুন /২৩ এটি শিশুৰ অন্তৰালত লুকাই থকা প্ৰচণ্ড দক্ষতা, শক্তিক কেনেদৰে এগৰাকী অভিভাৱকে অন্ত:কৰণেৰে অনুধাৱন কৰিব অথবা সাম্প্ৰতিক যান্ত্ৰিকতাময় পৰিবেশত শিশুটিৰ উজ্বল ভৱিষ্যতক লৈ অভিভাৱক কৰণীয় আদিৰ দৰে বিষয়সমূহক লৈ টীয়কত মাইণ্ড গেম-২৪ ৰ উদ্যোগত এক দক্ষতা সম্পন্ন অভিভাৱক সভা অনুষ্ঠিত হয়। টীয়ক আৰক্ষী থানাৰ সমীপৰ

লাকুৱাৰ ONGC ঠিকাভিত্তিত কৰ্মৰত শ্ৰমিকক বঞ্চনা ONGCৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ।

লাকুৱাৰ ONGC ঠিকাভিত্তিত কৰ্মৰত শ্ৰমিকক বঞ্চনা ONGCৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ।

  মধ্যভোগী হিচাবে থিয় দিছে একাংশ ভেৰুনীয়া দল-সংগঠনৰ নেতাই। অ’এনজিচিত দল-সংগঠনৰ নেতাৰ গুণ্ডাৰাজ।আন্দোলনৰ সকীয়নি শ্ৰমিক সংগঠনৰ ৷ অ’এনজিচি এ নিবিদা আহ্বানৰ যোগেদি বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা নিয়োজিত কৰা ঠিকাভিত্তিক কৰ্মৰত শ্ৰমিকসকলক নিজৰ প্ৰাপ্য মজুৰিৰ প্ৰদান কৰাৰ ক্ষেত্ৰত দশক দশক ধৰি বঞ্চিত কৰি অহাৰ অভিযোগ উঠিছে। লাকুৱাত অ’এনজিচিত নিয়োজিত হৈ থকা ঠিকাভিত্তিক

ইণ্ডিয়া টুডেৰ সমীক্ষাত ১৭০ নং স্থান লাভেৰে উজ্জ্বলি উঠিল নাজিৰা মহাবিদ্যালয়

ইণ্ডিয়া টুডেৰ সমীক্ষাত ১৭০ নং স্থান লাভেৰে উজ্জ্বলি উঠিল নাজিৰা মহাবিদ্যালয়

ইণ্ডিয়া টুডেৰ সমীক্ষাত ভাৰতৰ শ্ৰেষ্ঠ কলা শাখাৰ মহাবিদ্যালয় সমূহত উজ্বলিল নাজিৰা মহাবিদ্যালয় সৰ্বভাৰতীয় আলোচনী ইণ্ডিয়া টুডেৰ সমীক্ষাত কলা শাখাৰ মহাবিদ্যালয় সমূহৰ ভিতৰত ১৭০ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে নাজিৰা মহাবিদ্যালয়ে। এই সাফল্যৰ খবৰ লাভ কৰাৰ পাছতেই এতিয়া আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে মহাবিদ্যালয়খনত। ইণ্ডিয়া টুডেত প্ৰকাশিত হোৱা এই সমীক্ষাৰ

ৰঙিয়া সাপ্তাহিক বজাৰৰ ভগা দলঙেৰে বিপদশংকুল যাতায়ত ৰাইজৰ…

ৰঙিয়া সাপ্তাহিক বজাৰৰ ভগা দলঙেৰে বিপদশংকুল যাতায়ত ৰাইজৰ…

ৰঙিয়া নগৰৰ অৰ্ধ সাপ্তাহিক বজাৰলৈ যোৱা বিধ্বস্ত কাঠৰ দলঙৰ বাবে ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে । বৰলীয়া নৈৰ ওপৰত থকা এই দলংখনৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে । লোকনিৰ্মাণ বিভাগে পথ বন্ধ বুলি এখন ফলক আঁৰিয়ে দায়িত্ব সামৰিছে । এই জৰাজীৰ্ণ দলংখনেৰে অতি বিপজ্জনক ভাৱে ৰাইজে যাতায়ত কৰি আহিছে ।

ৰঙিয়াত সাংসদ দিলীপ শইকীয়াৰ মহাজনসম্পৰ্ক অভিযান…

ৰঙিয়াত সাংসদ দিলীপ শইকীয়াৰ মহাজনসম্পৰ্ক অভিযান…

বিজেপি দলে ৰাজ্যজুৰি পঞ্চায়ত আৰু লোকসভা নিৰ্বচনৰ কুচকাৱাজ আৰম্ভ কৰিছে ইতিমধ্যে । বিভিন্ন উন্নয়ন মুলক কামকাজৰ খতিয়ান লৈ ৰঙিয়াত ৰাইজৰ ওচৰত সাংসদ দিলীপ শইকিয়া । সাংসদ দিলীপ শইকিয়াই ৰঙিয়াৰ কেবাগৰাকী জ্যেষ্ঠ ব্যক্তিৰ ঘৰলৈ গৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উন্নয়ন মুলক কামকাজ খতিয়ান দাঙি ধৰে আৰু ৰাইজৰ পৰা দিহা পৰামৰ্শ গ্ৰহণ