গ্ৰীষ্মকালত শৰীৰটো শীতল কৰি ৰাখিবলৈ বহুতেই বজাৰত সহজে উপলব্ধ ঠাণ্ডা পানীয় সেৱন কৰে।যিসমূহ স্বাস্থ্যৰ পক্ষে একেবাৰে হানিকাৰক। একাংশই আকৌ এইকেইটা দিনত দৈ, লচ্চি বা নেমু পানী সেৱন কৰি শৰীৰটোক শীতল কৰাৰ চেষ্টা কৰে।গৰমত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী এবিধ পানীয় হৈছে গুড়ৰ চৰবত।হয়, গৰমত গুড়ৰ চৰবত খাই আপুনি পেটৰ সকলো
১৭ জুনৰ নিশা ১০.৪৮ বজাৰ পৰা শনি দেৱ কুম্ভ ৰাশিত পশ্চাদগামী হ’ব। ৪ নৱেম্বৰৰ পুৱা ০৮.২৬ মিনিটলৈকে শনি এই অৱস্থানতে থাকিব। ৫ মাহৰ বাবে একেটা ৰাশিতে শনি পশ্চাদগামী হোৱাৰ বাবে কুম্ভ ৰাশিৰ ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিব।ইয়াৰ লগতে আন কিছুমান ৰাশিচিহ্নৰ ওপৰত শনিৰ কোপদৃষ্টি পৰিব।এই সময়ছোৱাত কি ৰাশি চিহ্নৰ লোকসকল সতৰ্ক
এই বছৰ শাওন মাহত মহাদেৱৰ অতি আশ্চৰ্যকৰ সংযোগ ঘটিছে।মহাদেৱৰ পূজাৰ নাম উৎসৰ্গিত এই মাহটো এইবাৰ ৩০ দিনীয়াৰ পৰিৱৰ্তে হ’ব মুঠ ৫৯ দিনৰ।এনে পৰিস্থিতিত ভগৱান শিৱৰ কৃপা সম্পূৰ্ণ দুমাহৰ বাবে ভক্তসকলৰ ওপৰত থাকিব। প্ৰকৃততে, এই বছৰ শাওন মাহ ৪ জুলাইৰ পৰা আৰম্ভ হৈ ৩১ আগষ্টত সমাপ্ত হ’ব।ভক্তসকলে এইবাৰ ৪টা সোমবাৰৰ পৰিৱৰ্তে
বৈদিক জ্যোতিষ শাস্ত্ৰৰ মতে, শনি, ৰাহু আৰু কেতুয়ে সকলো লোকৰ জীৱনতে গভীৰ প্ৰভাৱ পেলায়।১৭ জুনৰ পৰা কুম্ভ ৰাশিত পশ্চাদগামী হ’বলৈ গৈ আছে।শনিৰ লগতে ৰাহু আৰু কেতুও এই সময়ত পশ্চাদগামী অৱস্থাতে থাকিব।ৰাহু আৰু কেতু হৈছে এনে দুই গ্ৰহ, যি সদায় বিপৰীত গতিত চলাচল কৰে। এনেদৰে, পৰৱৰ্তী ছয় মাহৰ বাবে তিনিটা মুখ্য
হিন্দু বৰ্ষপঞ্জী অনুসৰি শাওন মাহ অহা ৪ জুলাইৰ পৰা আৰম্ভ হৈ ৩১ আগষ্টত শেষ হ’ব।এইবেলি শাওন মাহটো ৫৯দিনীয়া। অৰ্থাৎ, ভক্তসকলে প্ৰায় দুমাহ ধৰি মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰি।সম্পূৰ্ণ ১৯ বছৰৰ পিছত পৃথিৱীত এই পৰিঘটনা ঘটিছে। জ্যোতিষ বিশেষজ্ঞসকলৰ মতে, এই মাহটোত কেইটামান বিশেষ ৰাশিৰ লোকৰ ভাগ্য মুকলি হ’ব। আজি এই বিষয়ে