চুবুৰীয়া ৰাজ্য মনিপু্ৰত ৰাষ্ট্ৰপতি শাসনৰ দাবীত মৰিগাঁও জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট

চুবুৰীয়া ৰাজ্য মনিপু্ৰত ৰাষ্ট্ৰপতি শাসনৰ দাবীত মৰিগাঁও জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট

আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে চুবুৰীয়া ৰাজ্য মনিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰাৰ দাবীত মৰিগাঁও সদৰ বিহুতলিত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। সংগঠনটোৰ জিলা সমিতিৰ সভাপতি জ্যোতিৰ্ময় গোস্বামী আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ নেতৃত্বত ৰূপায়িত কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মমিন চন্দ্ৰ দাসৰ লগতে প্ৰায় শতাধিক

গোসাইগাঁৱৰ শৌলমাৰীত বাঢ়নী পানীয়ে খহাই নিলে দলংৰ কাষৰ মাটিঃযাতায়াত ব্যহত…

গোসাইগাঁৱৰ শৌলমাৰীত বাঢ়নী পানীয়ে খহাই নিলে দলংৰ কাষৰ মাটিঃযাতায়াত ব্যহত…

গোসাইগাঁও মহকুমাৰ শৌলমাৰী গাৱঁত ছুইচ গেটৰ বাঢ়নী পানীয়ে আৰ চি চি দলংৰ কাষৰ মাটি খহাই নিয়াত ৰাইজৰ যাতায়াত ব্যহত হৈছে ৷ বিগত কেইদিনৰ পৰা চলি থকা নেৰানেপাৰা বৰষুনৰ ফলত  কাষতে থকা এখন ছুইচ গেটৰ পানী এৰি দিয়াত  শৌলমাৰী গাঁৱত বিলৰ ওপৰত থকা এখন আৰ চি চি দলংৰ কাষৰ মাটি খহাই

ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ; বৰ্তমান পৰ্যন্ত ২০ খন জিলাৰ প্ৰায় ১.২০ লাখ লোক প্ৰভাৱিত হৈছে…

ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ; বৰ্তমান পৰ্যন্ত ২০ খন জিলাৰ প্ৰায় ১.২০ লাখ লোক প্ৰভাৱিত হৈছে…

যোৱা কেইবাদিনো নেৰানেপেৰাকৈ হৈ থকা ধাৰাষাৰ বৰষুণে অসমৰ বিভিন্ন অঞ্চলৰ কেইবাখনো গাঁও আৰু খেতিপথাৰ বুৰাই পেলাইছে৷ । বৰ্তমান পৰ্যন্ত ২০ খন জিলাৰ প্ৰায় ১.২০ লাখ লোক প্ৰভাৱিত হৈছে বানৰ দ্বাৰা। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) প্ৰতিবেদন অনুসৰি প্ৰকাশ পাইছে এই তথ্য। প্ৰতিবেদন অনুসৰি অসম, অন্যান্য চুবুৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ

আজিৰে পৰা আংশিকভাৱে পুনৰ মুকলি হ’ল জাগীৰোড-মৰিগাঁও সংযোগী পথ

আজিৰে পৰা আংশিকভাৱে পুনৰ মুকলি হ’ল জাগীৰোড-মৰিগাঁও সংযোগী পথ

আজিৰে পৰা আংশিকভাৱে পুনৰ মুকলি হ’ল জাগীৰোড-মৰিগাঁও সংযোগী পথ।ৰে ‘ল বিভাগৰ উৰণ সেঁতু নিৰ্মাণৰ বাবে বিগত ৫২ দিন বন্ধ আছিল পথচোৱা।

এইবাৰ ভাওনাত পদ্মাৰ চৰিত্ৰত অভিনয় বিধায়াক ৰূপজ্যোতি কুৰ্মীৰ পত্নীৰ!

এইবাৰ ভাওনাত পদ্মাৰ চৰিত্ৰত অভিনয় বিধায়াক ৰূপজ্যোতি কুৰ্মীৰ পত্নীৰ!

এইবাৰ বিধায়ক ৰূপজ্যােতি কুৰ্মীৰ পদাংক অনুসৰণ পত্নীৰ। ভাওনাত পদ্মাৰ চৰিত্ৰত অভিনয় ৰূপজ্যোতি কুৰ্মীৰ পত্নীৰ।