গোসাইগাঁও মহকুমাৰ শৌলমাৰী গাৱঁত ছুইচ গেটৰ বাঢ়নী পানীয়ে আৰ চি চি দলংৰ কাষৰ মাটি খহাই নিয়াত ৰাইজৰ যাতায়াত ব্যহত হৈছে ৷ বিগত কেইদিনৰ পৰা চলি থকা নেৰানেপাৰা বৰষুনৰ ফলত কাষতে থকা এখন ছুইচ গেটৰ পানী এৰি দিয়াত শৌলমাৰী গাঁৱত বিলৰ ওপৰত থকা এখন আৰ চি চি দলংৰ কাষৰ মাটি খহাই
যোৱা কেইবাদিনো নেৰানেপেৰাকৈ হৈ থকা ধাৰাষাৰ বৰষুণে অসমৰ বিভিন্ন অঞ্চলৰ কেইবাখনো গাঁও আৰু খেতিপথাৰ বুৰাই পেলাইছে৷ । বৰ্তমান পৰ্যন্ত ২০ খন জিলাৰ প্ৰায় ১.২০ লাখ লোক প্ৰভাৱিত হৈছে বানৰ দ্বাৰা। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) প্ৰতিবেদন অনুসৰি প্ৰকাশ পাইছে এই তথ্য। প্ৰতিবেদন অনুসৰি অসম, অন্যান্য চুবুৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ
আজিৰে পৰা আংশিকভাৱে পুনৰ মুকলি হ’ল জাগীৰোড-মৰিগাঁও সংযোগী পথ।ৰে ‘ল বিভাগৰ উৰণ সেঁতু নিৰ্মাণৰ বাবে বিগত ৫২ দিন বন্ধ আছিল পথচোৱা।
এইবাৰ বিধায়ক ৰূপজ্যােতি কুৰ্মীৰ পদাংক অনুসৰণ পত্নীৰ। ভাওনাত পদ্মাৰ চৰিত্ৰত অভিনয় ৰূপজ্যোতি কুৰ্মীৰ পত্নীৰ।
গুৱাহাটীত আতংকৰ আন এটা নাম পানীৰ পাইপ। এইবাৰ পাণ্ডুত ফুটিল পানীৰ পাইপ।