প্ৰভাস আৰু কৃতি চানন অভিনীত বলীউডৰ ব্লকবাষ্টাৰ অদিপুৰুষ ইতিমধ্যে হলসমূহত মুক্তি পাইছে, ৰামৰ চৰিত্ৰত প্ৰভাসক লৈ আৰু কৃতিৰ সীতাৰ চৰিত্ৰত অভিনয়ক লৈ যথেষ্ট জল্পনা-কল্পনা চলি আছে। ছবিখনৰ প্ৰযোজক আৰু পৰিচালকে কৃতিৰ আগতে দক্ষিণ আৰু বলীউডৰ বহুতো অভিনেত্ৰীৰ কাষ চাপিছিল, যেতিয়া সকলোৱে অস্বীকাৰ কৰিছিল, তেওঁলোকৰ ওচৰত কৃতিৰ বাহিৰে কোনো বিকল্প নাছিল।
মন্ত্ৰী অতুল বৰাই উদযাপন কৰিলে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস
চাৰ্নি ৰোড হোষ্টেল হত্যাকাণ্ডৰ দুদিন পিছতে আন এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে মুম্বাই। মীৰা ৰোডত এগৰাকী ৩৬ বছৰীয়া মহিলাক তেওঁৰ লিভ-ইন পাৰ্টনাৰে হত্যা কৰি মৃতদেহটো ‘কেইবাটাও টুকুৰা’ কৰি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্তৰ বাসগৃহত ১৩টা শৰীৰৰ অংগ উদ্ধাৰ হোৱাৰ বিপৰীতে তেওঁ শৰীৰৰ আন অংশ কেইবাটাও টুকুৰা কৰি পেলোৱাৰ পিছত নিস্কাষণ
যৌতুকৰ বাবে এগৰাকী মহিলাক স্বামীৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ অভিযোগ। বিহাৰৰ বাক্সাৰ জিলাত সংঘটিত হৈছে এই ঘটনা। খবৰ অনুসৰি, মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালে যৌতুক হিচাপে দাবী কৰিছিল বুলেট বাইক। মহিলাগৰাকীৰ আত্মীয়ই দাখিল কৰা এজাহাৰৰ ওপৰত আৰক্ষীয়ে স্বামীৰ পৰিয়ালৰ লোকক জিম্মাত লৈ জেৰা কৰে। যোৱা বছৰ যুৱতীগৰাকীৰ বিয়া হৈছিল। মহিলাগৰাকীৰ ভাতৃয়ে
আজি ৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই দিৱস উপলক্ষে ৰাজভৱনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হৈছে। যোগাভ্যাসত ৰাজ্যপাল গোলাব চন্দ কাটাৰীয়াই অংশ লয়। লগতে অসমৰ প্ৰথম মহিলা তথা ৰাজ্যপালৰ পত্নী অনিতা কাটাৰীয়াই এই অনুষ্ঠানত অংশ লৈছে। ৰাজ্যপালৰ সৈতে ৰাজ ভৱনৰ কৰ্মচাৰীসকলেও যোগাভ্যাস কৰে। আনহাতে, এই দিৱস উপলক্ষে ধুবুৰীত আয়োজিত কেন্দ্ৰীয়