গোসাইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাজা জব্দ; এজনক আটক

গোসাইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাজা জব্দ; এজনক আটক

গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত গোসাইগাঁও আৰক্ষীয়ে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া হীৰেন ডেকাৰ নেতৃত্বত ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই এখন খালি এখন টেইলাৰ ট্ৰাক আটক কৰি তালাচী চলোৱাৰ পিছত গাঞ্জা উদ্ধাৰ হয়। টেইলাৰ ট্ৰাকৰ চেছিছত লুকাই আনিছিল এই বৃহৎ পৰিমাণৰ গাঞ্জাৰ পেকেট

নগাঁৱৰ ডিফলু আৰু উত্তৰ পেটবঢ়াত বিষ্ণু ৰাভা দিৱস উদযাপন

নগাঁৱৰ ডিফলু আৰু উত্তৰ পেটবঢ়াত বিষ্ণু ৰাভা দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,২০জুন:–“১৯৬২ চনৰ চীনা যুদ্ধ কাৰ ভুলৰ বাবে হৈছিল ? সেই বাস্তৱ সত্যটো একমাত্ৰ বিষ্ণু প্ৰসাদ ৰাভাই চিঞৰি চিঞৰি কৈ ফুৰিছিল। সেই বাবেই পুলিচে বিষ্ণু প্ৰসাদ ৰাভাৰ কণমানি সন্তান দুটিক বিচনাতে অকলশৰে এৰি নাৰিকলৰ আঁহৰে তৈয়াৰী চুকলিৰ পঘাৰে বান্ধি চোচৰাই নিছিল। সেয়ে ৰাজ্যত এতিয়া ৰজা ঘৰে প্ৰজা ঘৰে বিষ্ণু প্ৰসাদ

নগাঁও কলেজ(অট’নমাচ)ত প্ৰভাত চন্দ্ৰ কাকতি স্মাৰক বক্তৃতা সম্পন্ন…

নগাঁও কলেজ(অট’নমাচ)ত প্ৰভাত চন্দ্ৰ কাকতি স্মাৰক বক্তৃতা সম্পন্ন…

নিউজ ব্যুৰ’,নগাঁও,২০জুন:–নগাঁও কলেজ (অট’নমাচ)ৰ প্ৰাণীবিজ্ঞান বিভাগ আৰু প্ৰাণীবিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত মংগলবাৰে “প্ৰভাত চন্দ্ৰ কাকতি স্মাৰক বক্তৃতা” অনুষ্ঠান অনুষ্ঠিত হয় । আভ্যন্তৰীণ মানদণ্ড আশ্বাষণ কোষৰ সহযোগত প্ৰাণীবিজ্ঞান বিভাগৰ প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপক প্ৰভাত চন্দ্ৰ কাকতিৰ সোঁৱৰণত বক্তৃতা অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে গুৱাহাটীৰ মাৰ্গেন বায়’ল’জিকেল

ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা; নিহত…

ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা; নিহত…

 তিনিচুকীয়াৰ ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। এখন ডাম্পাৰখনে ছুইফট বাহনখনক পিচফালৰ পৰা খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক। নিহত লোক দুজন চৰাইদেউ জিলাৰ মথুৰাপুৰৰ ক্ৰমে সুকল্যাণ বৰুৱা আৰু ৰিপুঞ্জয় ফুকন বুলি চিনাক্ত কৰা হৈছে। আনহাতে ঘটনাত অজন্তা বৰুৱা, ৰিপুন সোণোৱাল