নাজিৰাৰ এখন দলীয় সাংগঠনিক কৰ্মশালা সভাত উপস্থিত বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আজি গেলেকী নাট্য মন্দিৰ প্ৰাংগনত নাজিৰা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু আঠখেল জিলা পৰিষদ সমন্বয়ৰক্ষী সমিতিৰ তত্বাৱধানত আৰু মণ্ডল কংগ্ৰেছ কমিটীৰ সহযোগত কংগ্ৰেছৰ এখন দলীয়
কামাখ্যাৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন,২১জুন:– অসমৰ প্ৰাচীনতম শক্তি আৰাধনাৰ স্থলী ৰূপে খ্যাত শ্ৰী শ্ৰী কামাখ্যা দেৱালয়ত ২২ জুনৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মহাযোগলৈ মাজত মাত্র এটা দিন বাকী থকা অৱস্থাত বাহিৰৰ পৰা অহা ভক্তৰে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে কামাখ্যা দেৱালয়সহ সমগ্ৰ নীলাচল পাহাৰ । ইতিমধ্যে বহু
ধুবুৰীত যথেষ্ট লাভ জেহাদৰ ঘটনা সংঘটিত হৈ আছে,ঘৰত মাক-দেউতাকে সন্তানক অলপ কেয়াৰ ল’ব লাগে। সাংস্কৃতিক আৰু ধাৰ্মিক পৰিৱেশ সমাজত থাকিলে তেনেকুৱাধৰণৰ কথাৰ পৰা আমি বাচিব পাৰো। লাভ জেহাদৰ দৰে ঘটনাই দুটা সম্প্ৰদায়ৰ মাজত দূৰত্ব বৃদ্ধি কৰে।’ ধুবুৰীত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
যেতিয়া কোনো মনুষ্যই বিশ্বাস ঘাটকতা কৰে তেতিয়া তেওঁক কুকুৰৰ নাম লৈ গালি পৰা হয়।( Assamese Fact ) কিন্তু আপোনালোকে জানে নে, যে কুকুৰে যে কান্দে বা হুৱা দিয়ে সেইটোও মানুহৰ লগতে জড়িত ।সেয়ে কুকুৰেনো কিয় কান্দে আজি জানো আহঁক। এই পৃথিৱীত কুকুৰক বহুত বিশ্বাসী জীৱ বুলি কোৱা হয়। আপুনি এজন
ত্ৰিলোকত ভক্তিৰ পথতকৈ অধিক আনন্দদায়ক একো নাই আৰু চাৰিওটা যুগত, যি ঈশ্বৰৰ ভক্তিৰ এই পৱিত্ৰ সাগৰত ডুব দিয়ে, সি নিশ্চিতভাৱে মোক্ষ্য প্ৰাপ্ত কৰিব পাৰে আৰু ভৱ সগৰৰ পৰা সকাহ পাব পাৰে । কলি যুগত এয়ে অধিক আনন্দদায়ক, কাৰণটো হৈছে মানুহৰ জ্ঞান আৰু অনীহা দুয়োৰে অভাৱ।( Religious Studies ) ভক্তি হৈছে