ৰঙিয়াৰ পুঠিমাৰী নৈৰ বগৰীবাৰীত নৱ নিৰ্মিত মথাউৰিত প্ৰৱল খহনীয়া । এই খহনীয়াৰ বাবে মথাউৰি ভঙাৰ আশংকাত বিনিদ্ৰ ৰজনী কটাব লগা হৈছে নৈপৰীয়া ৰাইজে । প্ৰায় ৭০ শতাংশ নিৰ্মাণ কৰা মথাউৰিৰ কাম অতি নিম্ন মানৰ হোৱা বুলি ৰাইজে অভিযোগ কৰে । যাৰ বাবে প্ৰৱল খহনীয়াৰ সৃষ্টি হৈছে । মথাউৰিৰ খহনীয়াৰ বাবে
গুৱাহাটী,১৯ জুন : নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি,প্ৰাক্তন সাংসদ ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে আজি বিয়লি মহানগৰীৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধা আৱাসত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিচাৰ বিভাগৰ উদ্যোগত “গীতে মাতে এসন্ধ্যা” শীৰ্ষক এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বিচাৰ বিভাগৰ অধ্যক্ষ ইমদাদ হুছেইনে সঞ্চালনা কৰা উক্ত অনুষ্ঠানত বিশিষ্ট অভিনেতা
বিটিচি চৰকাৰৰ বড়োলেণ্ড হেণ্ডলুম মিছন’ৰ অধিনত আজি গোসাঁইগাঁৱৰ কাচিয়াবাৰীত স্বৰাং হেণ্ডলুম এন্টাৰপ্ৰাইজ” নামেৰে এটি হস্ত তাঁত বস্ত্ৰ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে বিটিচি’ৰ হস্ততাঁত বস্ত্ৰ বিভাগৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে। কেন্দ্ৰটোৰ নতুন গৃহ উদ্বোধনী কাৰ্য্যসূচীত বিধায়ক জিৰণ বসুমতাৰী, কাৰ্য্যবাহী সদস্য ৰেওৰেৱা নাৰ্জীহাৰীৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ৰাজ্যিক সঞ্চালিকা ৰঞ্জনা
নাজিৰাৰ গেলেকী ৰঙাগড়াত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। পুৱতি নিশা ৰঙাগড়াৰ আনন্দ মুণ্ডা নামৰ এজন লোকে বাঁহৰ লাঠীৰে মৰিয়াই হত্যা কৰে নিজ পত্নীক। যাৰ ফলত ৰেণু মুণ্ডা নামৰ মহিলা গৰাকীৰ মৃত্যু হয়। এই হত্যা কাণ্ড ই এতিয়া অঞ্চলজুৰি তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। ঘটনা স্থলীত গেলেকী আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ
Multiple landslides induced by heavy rainfall have damaged over a hundred houses in West Sikkim district. The incessant rain has caused extensive damage to infrastructure and property in the state. As a result of the heavy rain, several rivers are flowing above the danger level. An orange alert has been