ধেমাজি: দুখন বাছৰ প্ৰতিযোগিতা; দুৰ্ঘটনাত থিতাতে নিহত পথাচাৰী

ধেমাজি: দুখন বাছৰ প্ৰতিযোগিতা; দুৰ্ঘটনাত থিতাতে নিহত পথাচাৰী

শনিবাৰে বিয়লি ধেমাজিত এক শোকাবহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়৷ জানিব পৰা মতে শ্ৰীপাণি কপাহতলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে চাইকেলেৰে দুজন লোক গৈ থকা অৱস্থাত মঞ্জিল নামৰ (এ এচ ১৫চি-৩৫৯৯) এখন বাছে মহতিয়াই নিয়ে ৷ স্থানীয় সূত্ৰই জনোৱা মতে শ্ৰীপাণি হাতীগড়ৰ লেখন

নগাঁৱত প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত মত বিনিময় অনুষ্ঠান-গণ স্বাক্ষৰ অভিযান

নগাঁৱত প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত মত বিনিময় অনুষ্ঠান-গণ স্বাক্ষৰ অভিযান

নিউজ ব্যুৰ’,নগাঁও,১৭জুন:–নগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰু নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থা,সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজ,সদৌ অসম ষ্টেট পুল শিক্ষক সন্থাৰ সহযোগত শনিবাৰে নগাঁৱত মত-বিনিময় আৰু গণ স্বাক্ষৰ অভিযান অনুষ্ঠিত হয় । এই উপলক্ষে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে সন্মিলনীৰ জিলা

এইবাৰ মহানগৰীত জালনোটৰ বেহা…

এইবাৰ মহানগৰীত জালনোটৰ বেহা…

-এইবাৰ মহানগৰীত জালনোটৰ বেহা।-আঠমাইলত জব্দ ২৪ লাখ ৫০ হাজাৰ টকাৰ জালনোট। -গোপন সূত্ৰৰ ভিত্তিত মহানগৰ আৰক্ষীৰ অভিযান।-জাইবুৰ ৰহমান নামৰ এজন লোকক আটক।-ধৃত জাইবুৰৰ ঘৰ লখিমপুৰত।

নগাঁৱৰ কামপুৰৰ গোঁসাইগাঁৱৰ নৱনিৰ্মিত মথাউৰি খহালে বানে

নগাঁৱৰ কামপুৰৰ গোঁসাইগাঁৱৰ নৱনিৰ্মিত মথাউৰি খহালে বানে

নিউজ ব্যুৰ’,নগাঁও,১৭জুন:–নগাঁও জিলাৰ কামপুৰত কপিলীৰ ভয়ানক ৰূপ । শনিবাৰে পুৱাই খহাই নিলে কামপুৰৰ গাৰুখুন্দা পঞ্চায়তৰ গোঁসাইগাঁৱৰ নৱনিৰ্মিত মথাউৰি । ধূলিসাৎ হ’ল মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰহাৰ বিধায়ক শশী কান্ত দাসৰ প্ৰতিশ্ৰুতি । বছৰৰ প্ৰথমটো বানতে খহি গ’ল প্ৰেমিজানৰ এই গুৰুত্বপূৰ্ণ মথাউৰটো । উল্লেখ্য যে বিগত বৰ্ষতো এই মথাউৰিটো ভাঙি নিছিল

নগাঁও পৰিবহন বিভাগ-যান বাহন আৰক্ষীৰ চালকৰ ওপৰত তীক্ষ্ম দৃষ্টি

নগাঁও পৰিবহন বিভাগ-যান বাহন আৰক্ষীৰ চালকৰ ওপৰত তীক্ষ্ম দৃষ্টি

নিউজ ব্যুৰ’,নগাঁও,১৬জুন:–নগাঁও পৰিবহণ বিভাগ আৰু যান বাহন আৰক্ষীয়ে শেহতীয়াকৈ দুচকীয়া আৰু চাৰিচকীয়া যানবাহনৰ চালকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা পৰিলক্ষিত হৈছে । বিশেষকৈ চালক আৰু আৰোহীৰ চিটবেল্ট, হেলমেট আদি পৰিধানৰ ক্ষেত্ৰত বিভাগ দুটাই কঠোৰ স্থিতি গ্রহণ কৰাৰ লগতে নিয়ম উলংঘা কৰা চালক আৰু আৰোহীক জৰিমনাও বিহিছে । আনহাতে নগাঁও জিলাত কোনো