নাজিৰাত ভয়ংকৰ পথ দূৰ্ঘটনা; তীব্ৰ বেগী বাইকে মহতিয়ালে 5 বছৰীয়া শিশুক

নাজিৰাত ভয়ংকৰ পথ দূৰ্ঘটনা; তীব্ৰ বেগী বাইকে মহতিয়ালে 5 বছৰীয়া শিশুক

ডিব্ৰুগড় চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু শিশুটি । বাইকৰ তাণ্ডবৰ বাবে মৃতুদূতলৈ পৰিণত হৈছে নাজিৰাৰ বাট পথ l কিবা কাৰণত ঘৰৰ পৰা বাহিৰলৈ ওলাই গলে আকৌ ঘৰলৈ উভতি আহিব নে নাহে কব নোৱাৰে হৈছে সৰ্বসাধাৰণ ৰাইজ l এইবোৰ দেখি শুনিও কিন্তু চকু মুদা কুলি দৰে বহি আছে নাজিৰা আৰক্ষী l দিনটো

যোগীঘোপাত নীটত চাৰি ছাত্ৰৰ স্থান লাভ!

যোগীঘোপাত নীটত চাৰি ছাত্ৰৰ স্থান লাভ!

বঙাইগাঁও জিলাৰ যোগীঘোপাত চাৰি ছাত্ৰৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী ।নিজৰ প্ৰতিভাৰ বলৰে সদ্যঘোষিত মেডিকেলৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা চমুকৈ “নীট “ত চাৰি ছাত্ৰই স্থান দখল কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে  ।ছাত্ৰ চাৰিজন ক্ৰমে, যোগীঘোপাৰ ঔডুবী গাঁৱৰ মহিদুৰ ইছলাম আৰু ৰিশ্মা আহমেদৰ পুত্ৰ ৰাশিদুল ইছলাম,  বৰঘোলা গাঁৱৰ ফাইজুল হক আৰু মমেনা

নগাঁৱৰ কামপুৰত কপিলীপৰীয়া ৰাইজ আতংকিত,কপিলীৰ জলপৃষ্ঠ বৃদ্ধি

নগাঁৱৰ কামপুৰত কপিলীপৰীয়া ৰাইজ আতংকিত,কপিলীৰ জলপৃষ্ঠ বৃদ্ধি

    নিউজ ব্যুৰ’,নগাঁও,১৬জুন:–বিগত দিনকেইটাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নগাঁও জিলাৰ কামপুৰত কপিলী নদীৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰাত কপিলীপৰীয়া ৰাইজ আতংকিত হৈ পৰিছে । কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ৬খনকৈ চুইছ গেট খুলি দিয়াৰ পিছত বঢ়মপুৰ আৰু ৰহা সমষ্টিৰ অন্তৰ্গত কামপুৰত কপিলীপৰীয়া ৰাইজক প্ৰশাসনে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে । ইফালে

টীয়ক আৰক্ষী থানাত ৰাইজৰ বাবে জলস্পন্দন প্ৰকল্প মুকলি।

টীয়ক আৰক্ষী থানাত ৰাইজৰ বাবে জলস্পন্দন প্ৰকল্প মুকলি।

যোৰহাট জিলা আৰক্ষী অধীক্ষক মোহন লাল মীনা আৰু অ’ এন জি চি যোৰহাট সংমণ্ডলৰ চাপৰ্ট মেনেজাৰ নবিন বাঞ্চালে টীয়ক আৰক্ষী থানাত আৰক্ষী প্ৰশাসনৰ লগতে ৰাইজৰ বাবে জলস্পন্দন নামেৰে এক খোৱা পানী প্ৰকল্প কালি আনুষ্ঠানিকভাৱে মুকলি কৰে।স্বাভাৱিকতে আৰক্ষী থানা অথৱা চকীসমূহত দেখিবলৈ পোৱা খোৱাপানী সমস্যা সমাধানাৰ্থে অ’ এন জি চি যোৰহাট

ডিগবৈত মাজ নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৪ জনৰ কৰুণ মৃত্যু…

ডিগবৈত মাজ নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৪ জনৰ কৰুণ মৃত্যু…

এটা পৰিয়ালৰ ৫জন ব্যক্তি নিশা প্ৰায় ১ বজাত ডিব্ৰুগড়ৰ পৰা বিয়া খাই লিডু অভিমুখে উভতি অহাৰ সময়ত ডিগবৈ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোলাইৰ টাৰ্মিনেলৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে টাটা ত্যা’গ গাড়ীৰ খন। দুৰ্ঘটনাত এগৰাকী মহিলা সহ চালক আৰু এজন লোক থিতাতে নিহত। দুজনক সংকট জনক