সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই মাতৃভাষা বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ

সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই মাতৃভাষা বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ

নিউজ ব্যুৰ’,নগাঁও,১৫জুন:–অসম চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই বৃহস্পতিবাৰে নগাঁও চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অসম চৰকাৰে গ্ৰহণ কৰা ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটাত ইংৰাজী মাধ্যমত পঢ়াৰ সিদ্ধান্তৰ বিৰূদ্ধে প্রায় ৫০০ ছাত্ৰ প্ৰতিনিধিৰ উপস্থিতিত নগাঁও চহৰৰ মাজেৰে জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী

উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰ নেতৃত্বত আঠজনীয়া দল কলিয়াবৰত উপস্থিত

উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰ নেতৃত্বত আঠজনীয়া দল কলিয়াবৰত উপস্থিত

নিউজ ব্যুৰ’,নগাঁও,১৫জুন:– আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন ন তথ্য চৰ্চালৈ অহাৰ সময়তে নগাঁও জিলাৰ কলিয়াবৰত বৃহস্পতিবাৰে সন্ধিয়া উপস্থিত হ’ল চি বি আইৰ এটা আঠজনীয়া দল । চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰ নেতৃত্বত তদন্তকাৰী দলটো গুৱাহাটীৰ পৰা বিয়লি জখলাবন্ধাত উপস্থিত হয়হি । তদন্তকাৰী দলটো

Breaking: কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা!

Breaking: কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা!

-কলিয়াবৰৰ ওচৰত ভয়াবহ পথ দুৰ্ঘটনা। -গুৱাহাটীৰ পৰা গোলাঘাটলৈ গৈ থকা ‘ৰত্নগিৰি’ বাছখনৰ এখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয়। -জানিব পৰা মতে ট্ৰাকখনৰ এজন আৰু বাছখনৰ কেইজনমান মানুহ গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈছে। -আজি পুৱতি নিশা এই এক্সিডেন্ট অতি ভয়াবহ আছিল।

ৰাতি শোৱাৰ পূৰ্বে এইবোৰ নকৰিব…

ৰাতি শোৱাৰ পূৰ্বে এইবোৰ নকৰিব…

ৰাতি শোৱাৰ পূৰ্বে কিছুমান কাম কৰাৰ পৰা বিৰত থাকিব লাগে৷ কেইটামান নিয়ম মানি চলিলে টোপনি ভাল হোৱাৰ উপৰি সু-স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰে৷ ৰাতি শোৱাৰ আগমুহূৰ্তত পানী সেৱন কৰিব নালাগে৷ ৰাতিৰ আহাৰ গ্ৰহণৰ আধাঘণ্টামানৰ পাছত পানী খাব লাগে৷ সেইদৰে পানী খোৱাৰ এঘণ্টামানৰ পাছতহে শোৱাৰ অভ্যাস কৰিব লাগে৷ শুবলৈ যোৱাৰ আগমুহূৰ্তত পানী

পিঠিৰ বিষ? এই উপায়েৰে সকাহ লাভ কৰক…

পিঠিৰ বিষ? এই উপায়েৰে সকাহ লাভ কৰক…

কৰ্মজীৱীসকলে দৈনিক চকীত বহি কাম কৰে, তেওঁলোকৰ বেছিভাগেই পিঠি বা ককাঁলৰ অসুখত ভোগে৷ দিনৰ বেছিভাগ সময় চকীত বহি কাম কৰিলে সাধাৰণতে এনে সমস্যা হয়৷ পিঠি বা ককাঁল বিষালে পেশী টানি ধৰে, হাত-ভৰিত যন্ত্ৰণা অনুভৱ হয়৷ এই যন্ত্ৰণা অতি অস্বস্তিদায়ক৷ আজি-কালি যিকোনো বয়সৰ লোককেই এনে সমস্যাত ভোগা দেখা যায়৷ পিঠি বা