টীয়কৰ প্ৰতিবেদক ১৪ জুন /২৩ অসমৰ খাদ্য ৰসিকসকলৰ বাবে সুখবৰ।কিয়নো এইবাৰ টীয়কত প্ৰস্তুত হৈছে বিভিন্ন সুস্বাদু মাংসৰ আচাৰ।এতিয়া প্ৰতিটো মুহূৰ্ততে নিজ নিজ প্ৰিয় মাংসৰ সোৱাদ ল’ব পাৰিব আপোনালোকে।হয় টীয়কৰ চাউদাংগাঁৱৰ উপাসনা ফুকন নামৰ এগৰাকী বোৱাৰীয়ে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি কুকুৰা আৰু গাহৰি মাংসৰ আচাৰ প্ৰস্তুত কৰি ইতিমধ্য বাৰুকৈ সমাদৰ
👉মৰিগাঁৱত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।👉অভিযানত ধৃত এজন লাট মণ্ডল।👉ধৃত লাট মণ্ডলজন ভোৰাগাওঁ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ত কৰ্মৰত জালালুদ্দিন শেখ।👉মৰিগাঁও ভাড়া ঘৰত টকা লওঁতে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে মণ্ডল জালালুদ্দিন।👉ফাইজোদ্দীন নামৰ ব্যক্তি এজনৰ পৰা ইটাভাতা নিৰ্মাণৰ বাবে মাটিৰ NOC দিয়াৰ বাবে দাবী কৰিছিল পাঁচ লাখ টকা।👉প্ৰথম কৃষ্টিৰ ২০ হাজাৰ
ৰঙিয়াৰ বালাগাঁৱত চোৰৰ উপদ্ৰৱ । এইবাৰ চোৰৰ চকু পৰিল ২৭ নং বালা বনগাঁও প্ৰাথমিক বিদ্যালয়ত । শ্ৰেণী কোঠাৰ খিড়িকী ভাঙি প্ৰৱেশ দুৰ্বৃত্তৰ । কোঠাটোৰ ভিতৰত প্ৰৱেশ কৰিয়ে এফালৰ পৰা তন্ন তন্নকৈ পৰীক্ষা কৰে বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ সা-সামগ্ৰী । তাৰ পিছত শ্ৰেণী কোঠাৰ ভিতৰৰ পৰা খুলি নিলে তিনিখনকৈ চিলিং ফেন । নিশাৰ
যোৱা নিশা ৰঙিয়া আৰক্ষীয়ে ৰঙিয়া গজৰাজ চোৰাংচোৱাৰ পৰা লাভ কৰা এক তথ্যৰ ভিত্তিত এখন বাহনত তালাচী চলাই । তথ্য অনুসৰি মাৰুটি বলে’ন বাহন এখনত দুজন ভুৱা সেনা গৈ আছিল । আৰক্ষীয়ে গাড়ী খনত থকা দুজন লোকক আটক কৰে আৰু দুয়োকে তালাচী চলাই । আটক কৰা লোক দুজন হৈছে মটিউৰ ৰহমান
সোণাপুৰ টানেলৰ সন্মুখত পুনৰ ভূমিস্খলন৷ বন্ধ হৈ পৰিছে শিলচৰ-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ৷ ব্যাহত যান-বাহনৰ চলাচল৷ পথৰ দুয়ো কাষত আবদ্ধ হৈ পৰিছে শ শ বাহন ৷