কোক্‌ৰাঝাৰ: হৰিণাৰ মাংস বুলি গো-মাংস বিক্ৰী

কোক্‌ৰাঝাৰ: হৰিণাৰ মাংস বুলি গো-মাংস বিক্ৰী

এমাহ পূৰ্বে কোকৰাঝাৰত গো-মাফিয়া এটাই লোকৰ গৰু চুৰি কৰি গো-মাংসৰ ব্যৱসায় চলাই ৰাইজ আৰু আৰক্ষীৰ ৰোষত পৰিবলগীয়া হোৱাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ হৰিণাৰ মাংস বুলি গো মাংস বিক্ৰী কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অৱশ্যে এই জঘন্য কাণ্ডত জড়িত চাৰিজন লোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে৷ আটকাধীন লোককেইজন হৈছে ভাৰত-ভূটান সীমান্তৰ

ভাল খবৰ: ১৪ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব উত্তৰ গুৱাহাটী সংযোগী দলং

ভাল খবৰ: ১৪ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব উত্তৰ গুৱাহাটী সংযোগী দলং

অহা চৈধ্য মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ কাম৷– এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখ্য, আজি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ আভ্যন্তৰীণ জলপৰিবহনৰ জাহাজৰে পৰিভ্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে নিৰ্মাণ প্ৰতিষ্ঠানৰ অভিযন্তাসকলৰ পৰা কামৰ বুজ লয়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত 

বৰ্ধিত বিদ্যুৎ মাচুল বিৰোধীতাৰে মহানগৰীত আপৰ উত্তাল প্ৰতিবাদ…

বৰ্ধিত বিদ্যুৎ মাচুল বিৰোধীতাৰে মহানগৰীত আপৰ উত্তাল প্ৰতিবাদ…

স্মার্ট মিটাৰ প্ৰক্ৰিয়া বন্ধ কৰা, বর্ধিত বিদ্যুৎ মাছুল হ্ৰাস কৰা আৰু বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবীত মঙ্গলবাৰে আম আদমি পাৰ্টীয়ে মহানগৰীৰ কেইবাটাও স্থানত বৈদ্যুতিক সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। দলটোৰ প্ৰায় অর্ধশতাধিক প্ৰতিবাদকাৰীয়ে ‘বিদ্যুৎ মাছুল হ্রাস কৰক’, ‘প্রিপেইড মিটাৰ সংযোগ বন্ধ কৰক’, ‘শক্তি মন্ত্ৰী হুছিয়াৰ’, ‘এপিডিডিএল হায়

ধেমাজি জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ…

ধেমাজি জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ…

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস কৰা, বিদ্যুৎ মাছুল বৃদ্ধিৰ বিৰুদ্ধে আৰু পঞ্চায়ত নিৰ্বাচন যথা সময়ত দলীয় প্ৰতীকত অনুষ্ঠিত কৰাৰ দাবীৰে ধেমাজি জিলা কংগ্ৰেছৰ উদ্যোগত আৰু ব্লক কংগ্ৰেছ সমূহৰ সহযোগত উত্তাল প্ৰতিবাদ । দলৰ প্ৰায় এক শতাধিক কৰ্মীয়ে মঙ্গলবাৰে ধেমাজি ৰাজহচক্ৰ বিষয়া কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদী কাৰ্যসূচী