মঙলদৈৰ নিউ কলনীত মৃতদেহ উদ্ধাৰ

মঙলদৈৰ নিউ কলনীত মৃতদেহ উদ্ধাৰ

পাৰ্থ প্ৰতিম হাজৰিকা নামৰ অকলশৰীয়া যুৱক এজনক নিজ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ ।স্থানীয় ৰাইজে যুৱকজনৰ ঘৰটোৰ পৰা দুৰ্গন্ধ ওলোৱাত আৰক্ষীক খবৰ দিয়াত মঙ্গলদৈ আৰক্ষী উপস্থিত হৈ পাৰ্থৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰে । কেইবাদিন পূৰ্বেই মৃত্যু হোৱা অকলশৰীয়া যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ এইপৰ্যন্ত স্পষ্ট হোৱা নাই ৷ মৰনোত্তৰ পৰীক্ষাৰ পিছত

আমেৰিকাত বিজ্ঞানীৰূপে নিযুক্ত ডিগবৈৰ অনিৰ্বাণ চক্ৰৱৰ্তী ।

আমেৰিকাত বিজ্ঞানীৰূপে নিযুক্ত ডিগবৈৰ অনিৰ্বাণ চক্ৰৱৰ্তী ।

ঐতিহাসিক ডিগবৈৰ মেধাৱী ছাত্ৰ অনিৰ্বাণ চক্ৰৱৰ্তীয়ে আমেৰিকাৰ বিশ্ববিখ্যাত কাৰিকৰী বিশ্ববিদ্যালয়- Texas A & M ত এগৰাকী বিজ্ঞানী ৰূপে নিযুক্তি লাভ কৰাৰ বাতৰিয়ে সমগ্ৰ ডিগবৈবাসী উৎফুল্লিত হৈ পৰিছে । বিশ্ববিদ্যালয়খনত চলিত বৰ্ষৰ ২৯ মে’ত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰাৰ পাছতে একেখন বিশ্ববিদ্যালয়তে এগৰাকী বিজ্ঞানী ৰূপে নিযুক্তি লাভ কৰে

মৰঙীত বন্যহস্তীৰ আক্ৰমণত এটি শিশু নিহত…

মৰঙীত বন্যহস্তীৰ আক্ৰমণত এটি শিশু নিহত…

গোলাঘাট জিলাৰ মৰঙী শ্যামৰায়পুৰৰ বৰচালিত বন্যহস্তীৰ ত্ৰাস। বন্যহস্তীৰ আক্ৰমণত এটা পৰিয়ালৰ ৰোহিত কুমাৰ নামৰ এজন ৮ বছৰীয়া শিশু নিহত হোৱাৰ লগতে শিশুটিৰ মাতৃ গীতা কুমাৰ আৰু পিতৃ সঞ্জীৱ কুমাৰো গুৰুত্বৰভাৱে আহত হয় । হাতীৰ জাকে নিশা পৰিয়ালটো শুই থকা অৱস্থাত অতৰ্কিতে বাসগৃহটো সম্পূৰ্ণ ৰূপে ঘেৰাও কৰি ভাঙি আক্ৰমণ কৰে।সমগ্ৰ বৰচালি

চুইমিং পুলত গা ধুলে সঁচাকৈয়ে ক’লা হৈ পৰেনে? এই কথা মনত ৰাখিব

চুইমিং পুলত গা ধুলে সঁচাকৈয়ে ক’লা হৈ পৰেনে? এই কথা মনত ৰাখিব

গ্ৰীষ্মকালত সাঁতোৰটো এক মজাৰ কথা। তীব্ৰ গৰমত আমি যেতিয়া ঠাণ্ডা পানীত সাঁতুৰিবলৈ যাওঁ তেতিয়া গোটেই শৰীৰটো সতেজ হৈ পৰে আৰু ইয়াকো শ্ৰেষ্ঠ ব্যায়াম বুলি গণ্য কৰা হয়। কিন্তু দেখা যায় যে সাঁতুৰিলে আমাৰ ক’লা হ’ব বুলি ভাবি মানুহে সাঁতুৰিবলৈ লাজ কৰে। এই বিষয়ত কিমান সত্য জানো আহক। সাঁতোৰিলে ক’লা হৈ