লখিমপুৰৰ নাওবৈচাত বৃহস্পতিবাৰে প্রাথমিক বিদ্যালয়ত উপায়ুক্তৰ ছাডেন ভিজিট । কিমিন এক্স কলনী প্রাথমিক বিদ্যালয়ত উপস্থিত উপায়ুক্ত সুমিত সাত্তাৱান । ৯.৩০ বজালৈ উপস্থিত নাই প্রধান শিক্ষয়িত্রী আৰু সহকাৰী শিক্ষকৰ । উপায়ুক্ত উপস্থিত হোৱাৰ পিছতহে দুয়োগৰাকী শিক্ষক উপস্থিত হ’ল বিদ্যালয়ত। দীৰ্ঘদিনে অঞ্চলবাসী ৰাইজে সময়মতে শিক্ষক বিদ্যালয়ত উপস্থিত নোহোৱাৰ অভিযোগ দি আহিছিল ।
বৃহস্পতিবাৰে মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত লামাগাৱত বুঢ়ীদিহিং নদীত দুটিকৈ শিশুৰ সলিল সমাধি ঘটে। মাকুম বাগান বিদ্যালয়ত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত আছিল শিশু দুটি। মাকুম বাগান ৬ নম্বৰ লাইনৰ বাসিন্দা দুৰূপ তাঁতিৰ পুত্ৰ ডিৰাছ তাঁতি (৮) আৰু গপি দুৰ্গাৰ পুত্ৰ অৰ্জুন চামাচি (৮) য়ে বিদ্যালয়ৰ পৰা আহি বৃহস্পতিবাৰে বুঢ়ীদিহিং নদীলৈ বুলি
দিনযোৰা কাৰ্যসূচীৰে মঙলদৈ প্ৰেছ ক্লাৱৰ আজি প্ৰতিষ্ঠা দিৱস উদযাপন ৷মঙলদৈ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পতাকা পুৱা উত্তোলন ,স্মৃতি তৰ্পন আৰু মুকলি সভা অনুস্হিত হয় ৷সভাত খৱৰ কাকতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস ,দৰঙৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাতে আৰক্ষী অধীক্ষক প্রকাশ সোনোৱাল,মীণ উন্নয়ণ নিগমৰ অধ্যক্ষ গুৰুজোতি দাস ৰ লগতে দৰঙৰ কেইবাগৰাকীও
নাজিৰাৰ ষ্টেচন তিনি আলিৰ শ্ৰী কালী মন্দিৰত যোৱাৰাতি এক চুৰি কাণ্ড সংঘটিত হয় । নিশাৰ ভাগত চুৰে কালী মন্দিৰত প্ৰৱেশ কৰি এটা কলচি আৰু এটা পিতলৰ ঘন্টা সহ কেইবাবিধো সামগ্ৰী চোৰ কৰি লৈ যায়। অৱশ্যে সমগ্ৰ চুৰি কাণ্ডৰ ঘটনা চি চি টিভিত আবদ্ধ হৈছে । ঘটনা সন্দৰ্ভত কালী মন্দিৰৰ পৰিচালনা
মন্দিৰ,ঘৰ,দোকান,ফেক্টৰী,অফিচ আদিত এক প্ৰমুখ স্থান থাকে-পূজাঘৰৰ।আমি ভগৱানক যিকোনো সময়তে-কোনো ধৰণে স্মৰণ কৰিলে-সেয়া কল্যাণকাৰী হয়।কিন্তু ঘৰত প্ৰতিটো দিশৰে নিজৰ এক মহত্ব থাকে।প্ৰতিটো কোণৰে নিজৰ এক বিশেষত্ব থাকে।যাৰ প্ৰভাৱ আমাৰ জীৱনত পৰে।পূজা ঘৰ এনে এক স্থান হয়-যত আমি পূজা কৰোঁ,শুভ কাৰ্য্য কৰোঁ,সকাৰত্মক ওৰ্জা আনো আৰু তাৰে প্ৰভাৱ আমাৰ জীৱনত পৰে।সেইবাবে-ঘৰৰ পূজা ঘৰ