কংগ্রেছে AIUDFৰ সৈতে মিত্রতা নকৰে আগন্তুক লোকসভা নিৰ্বাচনত

কংগ্রেছে AIUDFৰ সৈতে মিত্রতা নকৰে আগন্তুক লোকসভা নিৰ্বাচনত

আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰজোঁটত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিব কংগ্রেছে । কিন্তু সেই মিত্ৰশক্তিত নেথাকিব AIUDF দল। AIUDF ৰ সৈতে এক হৈ নিৰ্বাচন নেখেলে কংগ্রেছে। এই কথা আজি মৰিগাঁওত স্পষ্ট কৰিলে বিৰুদ্ধে দলপতি দেবব্রত শইকীয়াই। কাৰন AIUDF য়ে সময়ে সময়ে বিজেপিক প্ৰশংসা কৰি ভুৱা প্ৰচাৰ চলাই থাকে। মৰিগাঁও পৰা মনোৰঞ্জন

মৰিগাৱত প্ৰিপেড মিটাৰৰ সন্দৰ্ভত উপায়ুক্ত জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ

মৰিগাৱত প্ৰিপেড মিটাৰৰ সন্দৰ্ভত উপায়ুক্ত জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ

  মৰিগাঁও জিলাবাসীয়ে এক গণস্বাক্ষৰ অভিযানৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে , বিদ্যুৎ বিভাগে বিতৰণ কৰা স্মার্ট প্রি-পেইড মিটাৰৰ ৰিলে সাধাৰণ জনসাধাৰণক বিৰক্তি প্রদান কৰিছে। বিদ্যুতৰ বৰ্দ্ধিত মাছুলে আমাৰ দৰে সাধাৰণ জনতাক বিবুদ্ধিত পেলাইছে৷ প্রতি দুদিন-তিনিদিনৰ মূৰে মূৰে যি বিল আদায় দিবলগীয়া হৈছে, সেখা অতি অসহনীয় হৈ পৰিছে বুলিও

ঔজাৰীত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন

ঔজাৰীত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন

শ্ৰীমন্তশঙ্কৰদেৱ সঙ্ঘৰ মৰিগাঁও আঞ্চলিকৰ ৩৫ খন শাখাৰ উদ্যোগত আৰু ঔজাৰী শাখাৰ আতিথ্যত পুৱাৰে পৰা আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ। বিশেষকৈ পুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলন,খোল প্ৰসঙ্গৰ লগতে আৰম্ভ হৈছে আই-বাপ সকলৰ নাম-প্ৰসঙ্গ ।

বিদ্যুৎ চুৰিৰে টীয়কত চলিছে জল জীৱন মিচনৰ কাম l

বিদ্যুৎ চুৰিৰে টীয়কত চলিছে জল জীৱন মিচনৰ কাম l

টীয়কৰ নিৰ্মীয়মান প্ৰকল্পত চলিল বিদ্যুৎ বিভাগৰ অভিযান l টীয়কৰ প্ৰতিবেদক ৮ জুন /২৩ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আঁচনি জল জীৱন মিচনত চলিছে একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানৰ অনৈতিক কাণ্ড। কোটি কোটি টকাৰ ব্যয় সাপেক্ষে দেশৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিজন নাগৰিকক বিশুদ্ধ খোৱাপানী যোগানৰ নিমিত্তে যি “হৰ ঘৰ নল ঘৰ ঘৰ জল” শীৰ্ষক শ্লোগান