মূল্যবৃদ্ধিয়ে আমাকো জুৰুলা কৰিছে : ভৱেশ কলিতা

মূল্যবৃদ্ধিয়ে আমাকো জুৰুলা কৰিছে : ভৱেশ কলিতা

গোলাঘাট পোৰাবঙলাত বিজেপিৰ সভাপতি ভৱেশ কলিতা। ভাৰতীয় জনতা পাৰ্টীৰ মৰঙি মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধনী সভাত উপস্থিত হয় অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা। মূল্যবৃদ্ধিৰ প্ৰসংগই ৰাজ্যত তোলপাৰ লগোৱাৰ সময়তে ৰাজ্যিক সভাপতি কলিতাৰ নিজ মন্তব্যৰ ওলোটা ওলোটা খৰ। সলনি কৰিলে পূৰ্বৰ মন্তব্য । সভাপতিগৰাকীয়ে কয় যে ৰাজ্যত মূল্যবৃদ্ধি হৈছে আৰু মূল্যবৃদ্ধিয়ে

চানমাৰিত সদৌ অসম ছাত্ৰ সন্থাৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ

চানমাৰিত সদৌ অসম ছাত্ৰ সন্থাৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ

-মহানগৰীৰ চানমাৰিত সদৌ অসম ছাত্ৰ সন্থাৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ-মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আছুৰ এই কাৰ্যসূচী

ভয়ংকৰ সপোনবোৰে কিয় আমনি কৰে আপোনাক! জানেনে কাৰণ কি, বিজ্ঞানে কয় ?

ভয়ংকৰ সপোনবোৰে কিয় আমনি কৰে আপোনাক! জানেনে কাৰণ কি, বিজ্ঞানে কয় ?

ৰাতি শুই থকা অৱস্থাত কিছুমান মানুহে ভয়ংকৰ বা বেয়া সপোন দেখা পায়। যাক দুঃস্বপ্ন বুলিও কোৱা হয়। বহু সময়ত এই কাৰণে টোপনি ভাঙি যায়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এনে সপোন কিয় আহে। মনৰ লগত কিবা সম্পৰ্ক আছে নে বেয়া সপোনবোৰ কেৱল এনেই আহে? বিশেষজ্ঞসকলে কয় যে আমি দিনটোৰ ভিতৰত যিয়েই

ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামি সন্ধানহীন শ্বিলঙৰ দুই যুৱক

ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামি সন্ধানহীন শ্বিলঙৰ দুই যুৱক

– ব্ৰহ্মপুত্ৰত সন্ধানহীন ২ বন্ধু – চন্দ্ৰপুৰত ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামি সন্ধানহীন ভিৱৰ্মী লালু আৰু ৰাহুল চেত্ৰী – শ্বিলঙৰ পৰা চন্দ্ৰপুৰলৈ বন্ধুৰ সৈতে ফুৰিবলৈ আহিছিল দুয়োজনে

শাৰিৰীক বাধাক জিনি মেধাৰ পৰিচয় দিলে বিকিয়ে।

শাৰিৰীক বাধাক জিনি মেধাৰ পৰিচয় দিলে বিকিয়ে।

শাৰীৰিক বাধাক প্ৰত্যাহ্বান হিচাবে লৈ কঠোৰ সাধনাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দুটা বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল কাজিৰঙাৰ বিকি। উচ্চতৰ মাধ্যমিক পৰীক্ষাত মেধাৰ পৰিচয় দাঙি ধৰিলে শাৰীৰিক বিশেষভাৱে সক্ষম বিকি ৰজকে। শাৰীৰিক বাধাক প্ৰত্যাহ্বান হিচাবে লৈ কঠোৰ সাধনাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দুটা বিষয়ত লেটাৰ মাৰ্ক সহ