পৃথিৱীৰ সৰ্বোচ্চ শিৱ মন্দিৰটো ক’ত আছে জানেনে?

পৃথিৱীৰ সৰ্বোচ্চ শিৱ মন্দিৰটো ক’ত আছে জানেনে?

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত অৱস্থিত বিশ্বৰ সৰ্বোচ্চ শিৱ মন্দিৰ। ইয়াক টুংগনাথ মন্দিৰ বুলি কোৱা হয়। এই মন্দিৰ পাণ্ডৱসকলে নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয়। টুংগনাথ পৰ্বতত অৱস্থিত এই মন্দিৰৰ উচ্চতা ৩৬৪০ মিটাৰ। টুংগনাথ মন্দিৰ পঞ্চকেদাৰৰ সৰ্বোচ্চ স্থানত (টুংনাথ, কেদাৰনাথ, মধ্যমহেশ্বৰ, ৰুদ্ৰনাথ আৰু কল্পেশ্বৰ) অৱস্থিত। এই স্থানত ভগৱান শিৱ বহুভূজৰ ৰূপত উপস্থিত

ওড়িশা ৰেল দুৰ্ঘটনাৰ ৩ দিন পিছতো চিনাক্ত হোৱা নাই ১০০ৰো অধিক মৃতদেহ

ওড়িশা ৰেল দুৰ্ঘটনাৰ ৩ দিন পিছতো চিনাক্ত হোৱা নাই ১০০ৰো অধিক মৃতদেহ

২ জুনত ওড়িশাত সংঘটিত হোৱা অতি বেদনাদায়ক ৰেল দুৰ্ঘটনাটো পাহৰি যোৱাটো সহজ নহয়। এই দুৰ্ঘটনাত ২৮৮ জন লোকে প্ৰাণ হেৰুৱাইছিল যদিও তিনিদিনৰ পাছতো এতিয়াও ১০০ৰো অধিক মৃতদেহ চিনাক্ত কৰিব পৰা নাই। দুৰ্ঘটনাটোৰ বিষয়ে তথ্য দি এজন বিষয়াই কয় যে দুৰ্ঘটনাটোত নিহতসকলৰ ভিতৰত ১০১টা মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।