পুনৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ছাজাদ আলি আৰু ৱাচিম আলি নামৰ ধৃত দুটাক আটক কৰে নাজিৰা আৰক্ষীয়ে।দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহ কৰি আহিছিল ছাজাদ আলি আৰু ৱাচিম আলিয়ে। বিশেষ সুত্ৰ অনুসৰি নাজিৰাৰ মহকুমাৰ আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত আৰু নাজিৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভবেন দাসে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছসহ
নাজিৰাৰ লিগিৰীপুখুৰীত অসম চাহ জনজাতি ছাত্ৰ সন্থা’ৰ ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমূহ সমাধানৰ দাবীত এই প্ৰতিবাদ (আটছা)ৰ আজিও স্বাধীন দেশত পৰাধীন হৈ আছে ভাৰতীয় নাগৰিক সকল | নাজিৰাৰ লিগিৰীপুখুৰী চাহ বাগিছা মুখ্য কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থা’ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে মেকিপুৰ উপ শাখা
টীয়কৰ প্ৰতিবেদক ৫ জুন /২৩ আজি শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৪ সংখ্যক জন্মজয়ন্তী।অসমৰ প্ৰতিখন নাওখন,ধৰ্মীয় পীঠত উদযাপনৰ কৰা হৈছে মহাপুৰুষ মাধৱদেৱৰ জন্মজয়ন্তী।ব্যতিক্ৰম নহয় টীয়কতো।টীয়কৰ শ্ৰী শ্ৰী গুৰু মাধৱদেৱে নিজ হাতে স্থাপন কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৪ সংখ্যক জন্মজয়ন্তী আৰম্বপূৰ্ণ ভাবে উদযাপন কৰা হৈছে। মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম
আজি বিশ্ব পৰিবেশ দিৱস।সমগ্ৰ বিশ্বই আজি পৰিবেশ দিৱস উদযাপন কৰিছে।ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে পৰিবেশ দিৱসৰ দিনা পুৱাৰ ভাগতে অৰণ্য মানৱ খ্যাত, পদ্মশ্ৰী যাদব পায়েং উপস্থিত হয় টীয়কৰ কলিয়াপানীস্থিত জ্যোতি-প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ প্ৰাংগনত । প্লাষ্টিক এৰো পৰিবেশ ধৰো শ্ল’গানেৰে সৰ্বত্ৰ উদযাপন হব পৰিবেশ দিৱসত বিশিষ্ট পৰিবেশ সচেতক পায়েং উপস্থিত হৈ সকলোকে
অপেক্ষাৰ অন্তত অৱশেষত মুক্তি পালে শ্ৰীৰঘুপতি । ৰঙিয়াত মুক্তিৰ দিনাই দৰ্শকৰ ব্যাপক সহাৰি । ৰঘুপতি চাবলৈ আহিল বিভিন্ন প্ৰান্তৰ দৰ্শক । হাউচফুল হল প্ৰথম দৰ্শনী । ৰঙিয়াৰ ডিলাইট চিনেমা হল’ত টিকটৰ বাবে হেতা-ওপৰা । ৰবি শৰ্মাৰ চিনেমা চাবলৈ আহিল অসংখ্য গুণমুগ্ধ । ৰঙিয়াৰ পৰা ৰিজাউল হাচান