টীয়কৰ হাঁহচৰা চাৰিআলিৰ সমীপত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত

টীয়কৰ হাঁহচৰা চাৰিআলিৰ সমীপত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত

পথ পাৰ হওতে শিৱসাগৰ অভিমুখে গৈ থকা AS-23CC 1883 নম্বৰ গেছ চিলিণ্ডাৰ কঢ়িয়াই নিয়া ট্ৰাকে মহতিয়াই নিয়ে এজন চাইকেল আৰোহীক চাইকেল আৰোহী জনৰ নাম প্ৰফুল্ল চাংমাই,ঘৰ হাহঁচৰাৰ শেনচোৱা গাঁৱত, বয়স প্ৰায় ৫৫ বছৰ ইপিনে ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত গুৰুতৰভাৱে আহত চাংমাইক টীয়ক এফ আৰ ইউ(FRU) লৈই

বিজেপিৰ বিসম্বাদৰ ওপৰত ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া

বিজেপিৰ বিসম্বাদৰ ওপৰত ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া

টীয়কৰ প্ৰতিবেদক ১ জুন /২৩ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিৰ অন্তকণ্ডলৰ ওপৰত আজি টীয়কৰ এক সভাত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভাৰতীয় জনতা পাৰ্টিৰ মূল মন্ত্ৰ Nation first, দল দ্বিতীয়, আৰু ব্যক্তি তৃতীয়।“আপোনালোকে সামাজিক মাধ্যমত একো নিলিখিব দলৰ মজিয়াত আলোচনা কৰক।দললৈ আৰু বহু নতুন মানুহ আহিব তাত দলৰ

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ’,নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি কৰা হয় এখন ৰিজ’ৰ্ট ৷ বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ অজিত গোস্বামীৰ উদ্যোগত মৰিগাঁও টাউনৰ পৰা ৮ কিল’মিটাৰ নিলগত গঢ় লৈ উঠা ৰিজ’ৰ্টখন হৈছে “অগৌৰা ৰিজৰ্ট”। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ফিটা কাটি ৰিজ’ৰ্টখন আনুষ্ঠানিকভাবে মুকলি কৰে ৷ৰিজ’ৰ্টখনৰ উদ্বোধনী অনুষ্ঠানত বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে