বডী মাছাজৰ নামত মহানগৰীৰ পাৰ্লাৰত অব্যাহত নাৰী দেহ ব্যৱসায়। গণেশগুৰিৰ ‘কিমছ স্পা চেলুন’ত এহেজাৰ-পোন্ধৰশ টকাত বিক্ৰী হৈছে যুৱতীৰ দেহ। চকু মুদা কুলিৰ ভাৱত দিছপুৰ আৰক্ষী। ইয়াৰ পূৰ্বে জিএমচি আৰু দিছপুৰ আৰক্ষীয়ে অভিযান চলাই কেইবাখনো স্পা-পাৰ্লাৰত অসত কামত লিপ্ত থকাৰ অভিযোগত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু তাৰপাছত যেন পুনৰ একেই অৱস্থা।
অসম চৰকাৰে গ্ৰহণ কৰা মাতৃভাষা বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে আজি হাজোতো ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰা হয়। পুৱা ৬ বজাৰ পৰা হাজো ৰাজহ চক্ৰৰ সমুখত তথা দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমুখত ছাত্ৰ সন্থাৰ কৰ্মীসকলে এই প্ৰতিবাদ কাৰ্যসূচী পালন কৰে ৷
বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো মাতৃভাষা বিৰোধী অসম চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে । ৰঙিয়া নগৰৰ গান্ধী মণ্ডপৰ সন্মুখত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কর্মী সকলে এই অনশন কাৰ্যসূচী ৰূপায়ন কৰে । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে
টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ টীয়কবাসীৰ বাবে সুখবৰ।কালিৰ পৰা টীয়কত আৰম্ভ হৈছে কড়ক চাহ নামৰ এখন চাহৰ অত্যাধিক দোকান।হয় যি সময়ত চাকৰি বিচাৰি একাংশ যুৱকে বৰ্হি ৰাজ্যত হাবাথুৰি খাই ফুৰিছে বা অসম চৰকাৰেও বহু শিক্ষত নিবনুৱাক চাকৰি প্ৰদান কৰিছে তাৰ মাজতে যোৰহাটৰ লুৰুকীহাটৰ যুৱক ধ্ৰুৱজ্যোতি দত্তই টীয়ক নগৰৰ মাজমজিয়াত চাহ
টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী।ৰাজ্য চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আজি শিমলুগুৰি মৌজা আৰূ চেলেংহাট আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী।টীয়কৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদত পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা এই অনশন কাৰ্যসূচীত শিমলুগুৰি