▶ এইবাৰ বিলাসী গাড়ীত গৰু সৰবৰাহ▶ ক্ষেত্ৰী আৰক্ষীৰ জালত বিলাসী বাহনসহ গো-সৰবৰাহকাৰী▶ ধৃত সৰবৰাহকাৰীজন নগাঁও লাওগাঁৱৰ ছাবেদ আলী আৰু অন্য তিনি সৰবৰাহকাৰীৰ পলায়ন▶ উদ্ধাৰ দুটাকৈ গো-ধন উদ্ধাৰ কৰা AS 12 3340 Ford Eco Sport বাহনখন
আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যান উচ্ছেদ অভিযানৰ তৃতীয় দিন । খেৰনি চাপৰি আৰু দক্ষিণ দিশত অৱস্থিত নবুৰ চাপৰি,হামুৰ চাপৰি,কাসেমৰ চাপৰি,লহৰি চাপৰি,কাইৰাহাকি চাপৰি আৰু কাশিকুৰি চাপৰিত চলিব দৰং প্ৰশাসনৰ উচ্ছেদ অভিযান । উচ্ছেদস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী বিষয়া। ১০ হাজাৰ বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য ।
🔴 জোনমণি ৰাভাৰ মৃত্যুকাণ্ডক লৈ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য🔴 ১৬ মে’ৰ দুৰ্ঘটনাৰ নিশা জোনমণি ৰাভাক কলিয়াবৰ মহকুমা চিকিত্সালয়ত ভৰ্তিৰ নাই কোনো তথ্য🔴 হাস্পতালৰ ৰেজিষ্ট্ৰাৰত নাই জোনমণি ৰাভাক ভৰ্তিৰ কোনো তথ্য
The Assam Real Estate Appellate Tribunal (REAT) has directed a builder to deposit with it Rs.32,32,850.00 before its appeal against an order of the Real Estate Regulatory Authority(RERA), Assam can be considered for admission. The appeal was filed by M/s Arya Erectors India Pvt. Ltd. against an order dated 21.09.2022
The Assam Real Estate Appellate Tribunal (REAT) has ruled that a housing project will not require to be registered if it received Occupancy Certificate or deemed approval for occupation prior to 1st August, 2017. The ruling was given by the Tribunal today while deciding an appeal filed by M/s. Saraighat