প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰ
প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ। প্ৰধানমন্ত্ৰী মোদীয়ে ফ্লেগ অফ কৰে ৰে’লখনৰ। মুকলি অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীৰ পৰা পশ্চিমবংগৰ নিউ জলপাইগুৰিলৈ চলিব বন্দে ভাৰত এক্সপ্ৰেছ। সপ্তাহত ৬ দিন চলিব বন্দে ভাৰত এক্সপ্ৰেছ।

এচআই জোনমণি ৰাভা ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত নাজিৰাত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ

এচআই জোনমণি ৰাভা ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত নাজিৰাত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ

এচআই জোনমণি ৰাভা ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত নাজিৰাত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ এছআই জোনমণি ৰাভা ৰহস্য দূৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটি লোৱা ঘটনাৰ উচিত তদন্তৰ দাবীৰে আজি নাজিৰাত অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু অসমীয়া যুৱ মঞ্চ নাজিৰা মহকুমাৰ সহযোগত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

নাজিৰাত অসম ৰাজ্যিক কাৰাটে সন্থাৰ উদ্যোগত দুদিনীয়াকৈ অনুস্থিত গ্ৰাচৰুট এথেলেটচ কাৰাটে প্ৰশিক্ষণ শিৱিৰ সম্পন্ন

নাজিৰাত অসম ৰাজ্যিক কাৰাটে সন্থাৰ উদ্যোগত দুদিনীয়াকৈ অনুস্থিত গ্ৰাচৰুট এথেলেটচ কাৰাটে প্ৰশিক্ষণ শিৱিৰ সম্পন্ন

নাজিৰাৰ এমচি ক্লাৱত দুদিনীয়াকৈ অসম ৰাজ্যিক কাৰাটে সন্থাৰ উদ্যোগত অনুস্থিত গ্ৰাচৰুট এথেলেটচ কাৰাটে প্ৰশিক্ষণ শিৱিৰ আজি সম্পন্নহয়। এই গ্ৰাচৰুট এথেলেটচ কাৰাটে প্ৰশিক্ষণ শিৱিৰত শতাধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰে। অসমৰ চুকে-কোণে থকা কাৰাটে খেলুৱৈ সকলক উৎসাহিত কৰা আৰু বিশেষ পাৰদৰ্শিতা থকা খেলুৱৈসকলক চিনাক্ত কৰি তেওঁলোকক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণলৈ আগবঢ়াই নিয়া উদ্দেশ্য

বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া।

বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া।

-বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া। -বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া আৰু গৃহৰক্ষী জোৱান। -বিলাসীপাৰা থানাৰ 2nd OC দেৱান ৰহিজ উদ্দিন আৰু গৃহৰক্ষী জোৱান ছমেৰ আলীক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ। -আচামীৰ পৰা ৬হাজাৰ টকা উৎকোচ বিচাৰি গ্ৰেপ্তাৰ দুয়ো।