নকল সোনৰ সাম্ৰাজ্যত আৰক্ষীৰ অভিযানডবকাৰ নামডবকা পথাৰ ত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে যীশুখ্ৰীষ্টৰ মূৰ্তী আকৃতিৰ নকল সোনগ্ৰেপ্তাৰ তিনি নকল সোনৰ ব্যৱসায়ী।
May 26, Guwahati: Department of Mass Communication, Assam Don Bosco University embarked upon the second day of the third edition of its Media Fest, IMAGEIND on 26th May 2023, at its Tapesia campus in Sonapur. The second day of Imageind commenced with a special lecture which was delivered by Brig.
📌 ১৫ দিনৰ বাবে গুৱাহাটীত বন্ধ জাইকাৰ পানী যোগান। এই সময়ছোৱাত পানী যোগান প্ৰক্ৰিয়াত থকা বিসংগতি নিৰীক্ষণ কৰা হ’ব।📌 ইফালে জলবিস্ফোৰণৰ তদন্ত কৰিবলৈ ৩জনীয়া কমিটী গঠন। ৩ দিনৰ ভিতৰত কমিটীয়ে দাখিল কৰিব লাগিব প্ৰতিবেদন।
মুকলি হোৱাৰ দিশে নলবাৰীৰ প্ৰথমখন উৰণীয়া সেতু। ৪৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ২০১৯ ত।
বিভিন্ন সময়ত ঠিকাদাৰে মানুহৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হয়। এইবাৰ এম এছ ডি পি আঁচনিৰ ঠিকাদাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে বৰপেটা জিলাৰ বালাগাঁও হাইস্কুলত। ঠিকাদাৰ প্ৰদীপ চন্দ্ৰ দাসৰ নিম্নমানৰ কামৰ বাবেই আজি পাঠদান চলি থকাৰ মাজতেই শ্ৰেণীকোঠাৰ মজিয়া ভাঙি ৫ ফুট গাঁতত সোমাই আহত হয় ৮গৰাকী