ব্যক্তিগত ফটো বা ভিডিঅ’ ভাইৰেল হ’লে কি কৰিব লাগে?

ব্যক্তিগত ফটো বা ভিডিঅ’ ভাইৰেল হ’লে কি কৰিব লাগে?

কাৰোবাৰ সন্মতি অবিহনে শ্বেয়াৰ কৰা যিকোনো ছবি বা ভিডিঅ’ কেৱল বিশ্বাসঘাতকতা নহয়, ই এক অপৰাধও। ছ’চিয়েল মিডিয়াত তেনে ফটো বা ভিডিঅ’ ছেকেণ্ডত ভাইৰেল হ’ব পাৰে। গতিকে, যদি এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ’লে কি কৰা উচিত জনাটো অতি গুৰুত্বপূৰ্ণ।  সম্মতি অবিহনে শ্বেয়াৰ কৰা ব্যক্তিগত ফটো আঁতৰোৱাৰ বাবে বহুতো উপায় আছে যাৰ দ্বাৰা যিকোনো ছাইট বা ছ’চিয়েল

‘ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল গ্লেমাৰ মডেল’ প্ৰতিযোগিতাত নাজিৰাৰ মেজেঙ্গাৰ মুকিবুৰ ৰহমানৰ খিতাপ অৰ্জন।

‘ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল গ্লেমাৰ মডেল’ প্ৰতিযোগিতাত নাজিৰাৰ মেজেঙ্গাৰ মুকিবুৰ ৰহমানৰ খিতাপ অৰ্জন।

নতুন দিল্লীত অনুষ্ঠিত হোৱা “ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল গ্লেমাৰ মডেল’ প্ৰতিযোগিতাত নাজিৰা মেজেঙ্গাৰ মুকিবুৰ ৰহমানে INDIAN INTERNATIONAL GLAMOURS MODEL MR INDIA 2023 WINNER খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।মুকিবুৰৰ আৰ্থিক অৱস্থা দূৰ্বল হোৱা স্বত্বেও নিজৰ প্ৰতিভাৰে উজ্জ্বলি উঠিবলৈ সক্ষম হয়। ১৪ মে’ত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত মুজিবুৰ ৰহমান আৰু জেনিচা বেগমৰ পুত্ৰ মুকিবুৰ

বয়স অনুসৰি শৰীৰত প্ৰয়োজন হোৱা আইৰণৰ বিষয়ে সবিশেষ

বয়স অনুসৰি শৰীৰত প্ৰয়োজন হোৱা আইৰণৰ বিষয়ে সবিশেষ

মানুহৰ শৰীৰৰ সামগ্ৰিক বিকাশ আৰু সুস্বাস্থ্যৰ বাবে সকলো খনিজ পদাৰ্থৰ প্ৰয়োজন, তাৰে এটা হৈছে আইৰণ। বহুসময়ত, জীৱনশৈলীৰ অৱনতি আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে গুৰুত্বপূৰ্ণ পুষ্টিৰ পৰা বঞ্চিত হ’বলগীয়া হয়। আইৰণৰ থাকিলেহে শৰীৰে সঠিকভাৱে কাম কৰে। ইয়াৰ জৰিয়তে শৰীৰত লোহিত ৰক্ত কণিকা গঠন হয়। যদি আইৰণৰ অভাৱ হয়, তেন্তে ৰক্তহীনতাৰ ভুক্তভোগী হ’ব

ছাত্ৰ- ছাত্ৰীৰ বাবে সকলো সুবিধা উপলব্ধ কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী মহাবিদ্যালয়খনে আগবঢ়াব অধিক সুযোগ

ছাত্ৰ- ছাত্ৰীৰ বাবে সকলো সুবিধা উপলব্ধ কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী মহাবিদ্যালয়খনে আগবঢ়াব অধিক সুযোগ

গুৱাহাটী ২৪ মে : ১৯৭০ চনত স্থাপন হোৱা জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয় উত্তৰ-পূৱ ভাৰতৰ সংস্কৃত উচ্চশিক্ষাৰ একমাত্ৰ মহাবিদ্যালয় । বৰ্তমান অৰ্ধশতক অতিক্ৰম কৰা এই মহাবিদ্যালয়খনে ২০১৪ চনত “শ্ৰেষ্ঠ সংস্কৃত শিক্ষাৰ কেন্দ্ৰ” হিচাপে National Assam Education Award লাভ কৰাৰ উপৰিও ২০২২ চনত NAAC ৰ মূল্যায়নত B+ গ্ৰেড লাভ কৰিছে।

শপিং মলৰ ট্ৰায়েল ৰূমত মহিলাৰ কাপোৰ সলনি কৰাৰ ভিডিঅ’ লৈ ধৰা পৰিল কৰ্মচাৰী

শপিং মলৰ ট্ৰায়েল ৰূমত মহিলাৰ কাপোৰ সলনি কৰাৰ ভিডিঅ’ লৈ ধৰা পৰিল কৰ্মচাৰী

শ্বপিং মলৰ ট্ৰায়েল ৰূমত দুগৰাকী মহিলাই কাপোৰ সলনি কৰাৰ সময়ত ভিডিঅ’ কৰিবলৈ চেষ্টা কৰা এজন পুৰুষ কৰ্মচাৰীক হাতে-লোটে ধৰিলে মহিলা দুগৰাকীয়ে। ঘটনাটো সংঘটিত হৈছে শিলচৰত । শিলচৰৰ ক্লাব ৰোডৰ মেক্স শ্বপিং মলৰ ট্ৰায়েল ৰূমত দুগৰাকী মহিলাই কাপোৰ সলনি কৰি থকা ভিডিঅ’ কৰিবলৈ চেষ্টা কৰে বিকাশ ঘোষ নামৰ এজন কৰ্মচাৰীয়ে। তেওঁ