পানীৰ পিছত চাহ হৈছে পৃথিৱীৰ দ্বিতীয় সৰ্বাধিক খোৱা পানীয়। উত্তৰ ভাৰত, উত্তৰ ম্যানমাৰ আৰু দক্ষিণ-পশ্চিম চীনক চাহৰ উৎপত্তিৰ স্থান বুলি গণ্য কৰা হয়। বহুতো সৰু আৰু ডাঙৰ পৰিয়াল চাহ খেতিৰ সৈতে জড়িত। চাহৰ ব্যৱহাৰ আৰু চাহিদা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিবলৈ প্ৰতি বছৰে ২১ মে’ত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰা হয়।
তামোল! অসমীয়া সমাজ, সংস্কৃতিৰ লগত ওত:প্ৰোত ভাবে জড়িত এবিধ মুখৰোচক হ’ল তামোল। সন্মান প্ৰদৰ্শনৰ পৰা আৰম্ভ কৰি খাদ্যৰ সজম প্ৰক্ৰিয়ালৈ অসমীয়া সমাজত ব্যৱহৃত তামোলৰ কথা অসমীয়াক নিশ্চয় নকৈ বুজাই কোৱাৰ প্ৰয়োজন নাই। ভাৰতকে ধৰি মালয়েছিয়া, কম্বোডিয়া, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনাম আদিত হাজাৰ হাজাৰ বছৰ ধৰি তামোল খোৱাৰ প্ৰথা প্ৰচলন আছে।
মেষ : কৰ্মক্ষেত্ৰই হওক বা পাৰিবাৰিক জীৱনেই হওক, নিজৰ ভুলৰ পৰা শিক্ষা লওক। বৃষ : নিজৰ আৰু পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন লোৱা প্ৰয়োজন আজিৰ দিনটোত। মিথুন : চাকৰি সলনিৰ সম্ভাৱনা আছে, ধাৰলৈ দিয়া ধন আজি ওভতাই পাব পাৰে। কৰ্কট : সকলো দিশৰ পৰা আজিৰ দিনটো ভালদৰে পাৰ হ’ব। সৰ্বত্ৰ আপোনাৰ
In a tragic incident that took place at National Highway 15 in Assam’s Dhemaji on Saturday, a speeding vehicle collided with a motorbike, resulting in the death of the biker. The deceased has been identified as Niranjan Bordoloi. The incident took place in Dhemaji’s Silikhaguri on the National Highway, leaving
আধুনিক জীৱনত স্মৃতিশক্তি হ্ৰাস পোৱাটো এটা সাধাৰণ কথাত পৰিণত হৈছে৷ স্মৃতি বিভ্ৰাটৰ ফলত দৈনন্দিন জীৱনত অনেক সমস্যাৰ সন্মুখীন হ’ব লগা হয়৷ নিত্য-নৈমিত্তিক কাম-কাজত ই সাংঘাতিক বাধাৰ সৃষ্টি কৰে৷ অতি ব্যস্ততাপূৰ্ণ জীৱনত স্মৃতিশক্তি বৃদ্ধিৰ বাবে খাদ্য তালিকাত তলত উল্লেখ কৰা পুষ্টিগুণসমৃদ্ধ ফলকেইটা অন্তৰ্ভুক্ত কৰিলে যথেষ্ট ভাল ফল পাব পাৰি৷ ডাৰ্ক চকলেটঃ