পিঁয়াজ আৰু নহৰু বাকলি পেলাই নিদিব ! ইয়াক ৰন্ধা, চুলি আৰু ছালৰ যত্নত ব্যৱহাৰ কৰক …

পিঁয়াজ আৰু নহৰু বাকলি পেলাই নিদিব ! ইয়াক ৰন্ধা, চুলি আৰু ছালৰ যত্নত ব্যৱহাৰ কৰক …

প্ৰতিটো পাচলিৰ বাকলিৰ এক অতিৰিক্ত গুণ থাকে। পিয়াজ নহৰুও ইয়াৰ ব্যতিক্ৰম নহয়। আপুনি এই দুবিধ বাকলি ব্যৱহাৰ কৰিব পাৰে, যিবোৰ ভাৰতীয় ৰন্ধনত অত্যাৱশ্যকীয়। সেয়া কেনেদৰে কৰিব লাগে চাওক। পিঁয়াজ নহৰু বাকলি গুৰি কৰি ভাজক। আপুনি ইয়াক চুপ, ষ্টু বা ষ্টকত মিহলি কৰিব পাৰে। ই সোৱাদ আৰু পুষ্টি দুয়োটা বৃদ্ধি কৰিব।

এই ৪ টা চুপাৰ ফুডে স্মৃতিশক্তি বৃদ্ধি কৰিব ! মগজুৰ শক্তি এক মিলিয়ন গুণ বৃদ্ধি হ’ব …

এই ৪ টা চুপাৰ ফুডে স্মৃতিশক্তি বৃদ্ধি কৰিব ! মগজুৰ শক্তি এক মিলিয়ন গুণ বৃদ্ধি হ’ব …

কিছুমান খাদ্য আছে যিয়ে মগজুক সতেজ ৰখাত সহায় কৰে, এই খাদ্যবোৰ খোৱাৰ ফলত মগজুৰ শক্তি বৃদ্ধি হয় ! এই খাদ্যই স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে, মগজুৰ শক্তি বৃদ্ধি কৰিবলৈ আহাৰত কোনবোৰ খাদ্য ৰাখিব লাগে জানক … কিছুমান খাদ্য আছে যিয়ে মগজুক সতেজ ৰখাত সহায় কৰে। এই খাদ্যবোৰ খোৱাৰ ফলত মগজুৰ

পশ্চিম বংগত ‘দ্য কেৰালা ষ্টৰী’ নিষিদ্ধ, ঘোষণা কৰিলে মমতা বেনাৰ্জীয়ে

পশ্চিম বংগত ‘দ্য কেৰালা ষ্টৰী’ নিষিদ্ধ, ঘোষণা কৰিলে মমতা বেনাৰ্জীয়ে

পশ্চিম বংগত নিষিদ্ধ কৰা হৈছে ‘দ্য কেৰালা ষ্ট’ৰী’ চিনেমাখন। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰিলে এই ঘোষণা। মমতাই কয় যে ৰাজ্য চৰকাৰে কোনোপধ্যেই ঘৃণা সহ্য নকৰে। মূল উদ্দেশ্য হৈছে শান্তি বজাই ৰখা, সেইবাবেই ৰাজ্যত ‘দ্য কেৰালা ষ্ট’ৰী’ নিষিদ্ধ কৰা হৈছে। ইয়াৰ পূৰ্বে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কেৰালা ষ্ট’ৰী চিনেমাখনক লৈ বিতংভাৱে ক্ষোভ প্ৰকাশ কৰে।