তেজপুৰৰ মৰাভৰলীৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত বাইকেৰে খুন্দিয়াই নিহত ছাত্ৰ নিহত ছাত্ৰজনৰ নাম ইমাম আলী তেজপুৰ মহাবিদ্যালয়ৰ স্নাতকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আছিল ইমাম
টীয়কত সংঘটিত এক দিন ডকাইতৰ ঘটনাই সমগ্ৰ নগৰখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে টীয়ক নগৰৰ মাজমজিয়াস্থিত এচ বি আইৰ শাখাৰ তলৰ থকা এ টি এম চেন্টাৰৰ পৰা এটিএম কাৰ্ড সলনি কৰি দুৰ্বৃত্তই লুটিলে ৪০,০০০/- কৈ টকা। টীয়ক তেলীয়া গাঁৱৰ ধৰ্মেশ্বৰ দাস নামৰ ব্যক্তি জনৰ পৰা প্ৰৱঞ্চনাৰে লুটিলে এই ধন।কৃষি বিভাগৰ
আৰম্ভ হ’ল ইছলামধৰ্মীয় লোকসকলৰ পবিত্ৰ হজ যাত্ৰা। বৰঝাৰ বিমানবন্দৰৰ পৰা আন্তৰাষ্ট্ৰীয় বিমান যোগে পবিত্ৰ মদিনালৈ যাত্ৰা কৰাৰ উদ্দেশ্যে অসমৰ বহুকেইখন জিলাৰ প্ৰায় 6402 গৰাকী হজযাত্ৰী সাজু হৈছে। ৰাজ্যৰ ভিন্ন জিলাৰ সমান্তৰালকৈ কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ পৰাও পুৰুষ মহিলাকে ধৰি ৩৫ গৰাকী যাত্ৰীৰ পবিত্ৰ মদিনালৈ যোৱাৰ প্ৰস্তুতি প্ৰায় সম্পন্নৰ। ইয়াৰে ৩০
মৰিগাঁৱৰ মিলনপুৰত ড্ৰাগছ লৈ থকা অৱস্থাতে আজি পুৱাই মিলনপুৰ হিলফুল যুৱ সিমিতিয়ে তিনিজনকৈ ড্ৰাগছ আসক্ত যুৱকক হাতেলুতে ধৰিবলৈ সক্ষম হয় যদিও কেইবাজনো যুৱক পলায় যায়। উদ্ধাৰ হোৱা যুৱক কেইজন ক্ৰমে ৰাজিবুল হুছেইন ,জমিৰ হুছেইন আৰু বাহাৰুল ইচলাম বুলি জানিৱ পৰা গৈছে ৷ বিশেষকৈ মিলনপুৰ হিলফুল যুৱ সিমিতিৰ সদস্য সকলে বহু
➡️11KV বৈদ্যুতিক তাঁৰত স্পৰ্শ কৰি আত্মহননৰ চেষ্টা এজন যুৱকৰ । ➡️ ঘটনাটো সংঘটিত হৈছে মৰিগাঁৱৰ ঔজাৰিত । ➡️ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি মৰিগাঁও ঔজাৰিৰ পথত এখন মাছৰ বাহনত দুজন মান যুৱকৰ মাজত কিছু সংঘাতৰ সৃষ্টি হোৱাত এজন যুৱকে পথত থকা বৈদ্যুতিক পোষ্টত উঠি গৈ বৈদ্যুতিক তাঁৰ স্পৰ্শ কৰে আৰু লগে