নগাঁৱত বিভিন্ন সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট এ জে এছ ইউ পিৰ,ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ

নগাঁৱত বিভিন্ন সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট এ জে এছ ইউ পিৰ,ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ

নিউজ ব্যুৰ’,নগাঁও,১০মে’:–অনুসূচিত জাতিৰ লোকসকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ,অসমৰ নগাঁও জিলা সমিতিয়ে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থাত আজি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পুৱা এঘাৰ বজাৰ পৰা চাৰি ঘন্টাৰ বাবে সংগঠনটোয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা কাৰ্যসূচীত অনুসূচিত জাতি সংগ্ৰামী