Badminton Association of India’s Joint Secretary Omar Rashid has been appointed as chair of the Technical Officials Committee by Badminton Asia for the next two years. With extensive expertise in his previous role with BAI, Rashid brings valuable experience to this role, ensuring further advancement of the sport in India.
Bitter gourd also called as Karela in India has been said to be found originating in Kerala from where it was later introduced to china around 14th century making it one of the staple vegetables across cuisines around south Asian countries. It is also called as bitter melon; this bright
কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰংমহলত এগৰাকী যুৱতীক কেইবাজনো যুৱকে দলবদ্ধ ধৰ্ষণ কৰিবলৈ উদ্যত হোৱাৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে৷ প্ৰাপ্ত খবৰ অনুসৰি, ২৮ এপ্ৰিলৰ নিশা ৰংমহল পথাৰৰ পৰা এগৰাকী যুৱতীয়ে দৌৰি দৌৰি আশ্ৰয় লয় ৰংমহলৰ এঘৰত। ৫ জনীয়া যুৱকৰ এটা দলে যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিয়োগ উঠিছে । জানিব পৰা মতে যুৱতীগৰাকীৰ ঘৰ বৰপেটাৰ কয়াকুছিত৷ যুৱতীগৰাকী গুৱাহাটী উলুবাৰীৰ টেৰামাণ্ড নামৰ
বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকাত প্ৰতিটো ঘৰতে ইমানেই বন্দুক আছে যে প্ৰতিদিনে ক’ৰবাত গুলীচালনা হয় আৰু মানুহে প্ৰাণ হেৰুৱায়। টেক্সাছৰ এটা মলত ২০ বছৰীয়া বন্দুকধাৰীয়ে গুলীচালনা কৰি ৯ জন লোক নিহত হোৱাৰ লগতে ৭ জন আহত হয়। য’ত বহু যুৱতীও জড়িত আছিল। একেদৰে আমেৰিকাৰ কেলিফৰ্ণিয়াত সংঘটিত গুলীচালনাৰ
মণিপুৰত যোৱা ৩ মে’ৰ পৰা আৰম্ভ হোৱা গোষ্ঠী সংঘৰ্ষত ৩ শতাধিক লোকে প্ৰাণ হেৰুৱাইছে৷ কেন্দ্ৰ অথবা ৰাজ্যত থকা বিজেপি চৰকাৰে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষত নিহত সংখ্যা কৰ্ণাটকৰ নিৰ্বাচনত প্ৰভাৱ পৰে আশংকা কৰি কঠোৰ সাৱধানতা লৈ লুকুৱাই ৰাখিছে৷ এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ এই ভয়ংকৰ গোষ্ঠী সংঘৰ্ষৰ বিষয়ে কোনো শব্দ উচ্ছাৰণ কৰা