Gurugram, May 06, 2023:MG Motor India, a British automobile brand with a 99-year-old legacy,today launched three distinct variants of its recently unveiled smart electric vehicle, the MG Comet EV—Pace, Play, and Plush. The MG Comet EV—the Smart electric vehicle marks a new era in urban mobility solutions for India. The
👉 টীয়কৰ জাঁজীমুখত নিশা বনৰীয়া হাতীৰ উপদ্ৰপ।👉 জাঁজীমুখৰ কৈৱত্ত গড়ৰ এজন ব্যক্তিৰ বাসগৃহ ভাঙিলে হাতীয়ে।👉 নুৰুল আলী নামৰ ব্যক্তি জনৰ বাসগৃহ ভাঙিলে হাতীয়ে।👉 নিশা এক বজাত অহা দুটা হাতীয়ে শুই থকা অৱস্থাতে বাসগৃহ ভাঙি ধান চাউল খাই আতৰি যায় হাতী দুটা।👉 বিগত কেইবাদিনো ধৰি হাতী দুটাই আতংকৰ সৃষ্টি কৰি আছে
চৰাইদেউ মথুৰাপুৰত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ দুটাকৈ প্ৰকল্পৰ আধাৰশিলা স্থাপন । অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক সন্মানীয় যোগেন মহনে আজি চৰাইদেউ জিলাৰ অন্তৰ্গত মথুৰাপুৰ বৰাইক চুকত “জল জীৱন মিছন”ৰ অধীনত মথুৰাপুৰ বৰাইক চুক পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ
বিগত সময়ত দৰে এইবাৰো তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম সম্পদৰ উদ্যোগত নাজিৰাস্থিত অʼ এন জি চি আৱাসিক চৌহদৰ মুকলি মঞ্চত অহা ২৮, ২৯ আৰু ৩০ ব’হাগ ( ১২, ১৩ আৰু ১৪ মে’২০২৩)ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হেঁপাহৰ ৰঙালী বিহু “বসন্ত উৎসৱ -২০২৩” উদযাপন কৰিবলৈ লোৱা হৈছে। নিগম কতৃপক্ষৰ তৰফৰ অসম
গড়গাঁৱৰ কাৰেং বিহু হুঁচৰি দলে ডিমৌৰ পালেঙীত বিহু প্ৰদৰ্শন কৰি ঘূৰি অহাৰ পথত আগচি ধৰি মাৰপিট উদণ্ড যুৱকৰ ডিমৌৰ চিকিৎসালয়তো ভৰ্তি হ’ব লগা হয় বিহু হুঁচৰি দলটোৰ দুজন বিহুৱা আৰু এগৰাকী নাচনী। বিহু হুঁচৰি দলটোৰ নাচনীকো প্ৰহাৰ কৰিলে উদণ্ড যুৱকে ইতিমধ্যে গড়গাঁৱৰ কাৰেং বিহু হুঁচৰি দলটিয়ে দোষী তথা উদণ্ড যুৱক