ৰঙিয়াৰ বঙালীকুছিত এক পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হয় । ৰঙিয়াৰ বঙালীকুছিত শনিবাৰে সন্ধিয়া নলবাৰী অভিমুখী এখন বাইকে খুন্দা মাৰে এগৰাকী পথচাৰী মহিলাক ।দুৰ্ঘটনাৰ পিছত স্থানীয় লোকে ততালিকে ৰঙিয়া আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল এটি উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত সংকটজনক অৱস্থাত মহিলা গৰাকীক চিকিৎসাললৈ প্ৰেৰণ কৰে যদিও মহিলা গৰাকী
আমাৰ জীৱনত এনে বহুতো যোগ আছে যিয়ে আমাক শুভ ফল দিয়ে। যাৰ বাবে আমি জীৱনত খ্যাতি, ধন-সম্পত্তি আৰু গৌৰৱ অৰ্জন কৰোঁ। কিন্তু বহুতো গ্ৰহ বা যোগ আছে যিয়ে আমাক দুখীয়া কৰি তোলিব পাৰে। তাৰ মানে ৰজাৰ পৰা পোনে পোনে ভিক্ষাৰী হ’ব পাৰে। অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। আপুনি কৰা সকলো
সাংস্কৃতিক আৰু শৈক্ষিক নগৰী যোৰহাটত সময়ে সময়ে ঘটি থকা কিছুমান ঘটনাই সচেতন মহলক স্তম্ভিত কৰি তুলিছে। শেহতীয়াকৈ কালি পশ্চিম যোৰহাটৰ ঢেকেলিয়া গাঁৱত সংঘটিত এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সৰুতে পিতৃ -মাতৃক হেৰুৱাই অবিবাহিত হৈ সহজ সৰল জীৱন অতিবাহিত কৰা ৭২ বছৰৰ এজন কৃষক দেবেন কলিতা ঘৰৰ কাষৰে এগৰাকী কলেজীয়া মেধা
[] হাগ্ৰামাক শ্ৰীৰামপুৰ চিণ্ডিকেটৰ নেতা আখ্যা [] শ্ৰীৰামপুৰৰ চিণ্ডিকেটৰ ধনেৰে টকাৰ পাহাৰ বনাইছিল হাগ্ৰামাই [] কোকৰাঝাৰৰ পৰা গুৱাহাটী -শিলীগুৰীলৈকে অগাধ সম্পত্তিৰ পাহাৰ গঢ়িচে হাগ্ৰামাই ষ্টাফ ৰিপৰ্টাৰ/কোকৰাঝাৰ ৫ মে :- শ্ৰীৰামপুৰত চিণ্ডিকেটৰ জৰিয়তে লাভ কৰা কৌটি কৌটি টকাৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলিৰীয়ে কোকৰাঝাৰৰ পৰা গুৱাহাটী , কোকৰাঝাৰৰ পৰা শিলীগুৰীলৈকে অগাধ সম্পত্তি
ঔষধি গুণেৰে সমৃদ্ধ শাক ভেন্দি। ইয়াত অতি উপকাৰী উপাদান পোৱা যায়। আপোনালোক সকলোৱে নিশ্চয় সেউজীয়া ভেন্দি দেখিছে, কিন্তু ৰঙা ভেন্দি দেখিছেনে। কিন্তু ভেন্দিৰ ৰঙা বা সেউজীয়া ৰঙে ইয়াৰ পুষ্টিৰ ক্ষেত্ৰত কোনো পাৰ্থক্য নকৰে। ভেন্দিৰ বহু ৰোগৰ ঔষধ। ইয়াক খালে বহুতো ৰোগ নিৰাময় কৰিব পাৰি। ভেন্দি খোৱাৰ উপকাৰিতা জানো আহক… a.ভেন্দি