জামিন লাভ কৰিলে শৃংখল চলিহাই…

জামিন লাভ কৰিলে শৃংখল চলিহাই…

জামিন লাভ কৰিলে শৃংখল চলিহাই। আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল শৃংখল চলিহাক। আদালতে জামিন প্ৰদান কৰে বীৰ লাচিত সেনাৰ নেতাজনক। আজি পুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শৃংখলক। ধনদাবীৰ গোচৰত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শৃংখল চলিহাক। গ্ৰেপ্তাৰৰ পিছতে বীৰ লাচিত সেনাৰ নেতাজনক হাজিৰ কৰোৱা হৈছিল আদালতত।

‘কৰিশ্মা মৰি যাব কিন্তু গামোচাক অপমান কৰাৰ কথা ভাবিব নোৱাৰো

‘কৰিশ্মা মৰি যাব কিন্তু গামোচাক অপমান কৰাৰ কথা ভাবিব নোৱাৰো

শেহতীয়াকৈ নাগাৰা নামৰ উদীয়মান শিল্পী কৰিশ্মা নাথে গামোচাক অপমান কৰা অভিযোগ উঠিছে। মাজুলীৰ এক অনুষ্ঠানত কৰিশ্মাই গামোচাক ভৰিৰে মোহাৰি চূড়ান্ত অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে। একাংশ সংবাদ মাধ্যমত এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হৈছে। এই ঘটনাক লৈ ছচিয়েল মিডিয়াতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছতে কৰিশ্মা নাথে ছচিয়েল মিডিয়াত এক পোষ্ট কৰি

নগাঁৱৰ শালনাত আমনি- শালনা সংযোগী পথৰ দুৰৱস্থাৰ বাবে ৰাইজৰ উত্তাল প্ৰতিবাদ

নগাঁৱৰ শালনাত আমনি- শালনা সংযোগী পথৰ দুৰৱস্থাৰ বাবে ৰাইজৰ উত্তাল প্ৰতিবাদ

নিউজ ব্যুৰ’,নগাঁও,২মে’:–নগাঁও জিলাৰ কলিয়াবৰৰ শালনাত মঙলবাৰে আমনি-শালনা সংযোগী পথৰ দুৰৱস্থাৰ বাবে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে । শীঘ্ৰে পথ মেৰামতিৰ দাবীত পথ অৱৰোধতে ক্ষান্ত নাথাকি শতাধিক প্ৰতিবাদী জনতাই শালনা আৰক্ষী চকী ঘেৰাও কৰি অত্যাধিক বোজা কঢ়িওৱা ডাম্পাৰগৰাকীৰ বিৰুদ্ধে আৰক্ষীক গোচৰ তৰে । উল্লেখ্য যে,শিল পৰিবাহী ডাম্পাৰৰ বাবে

আপুনিও বেছিকৈ নহৰু খাই ভাল পায় নেকি? তেন্তে এইবোৰ লোকচানৰ বাবে সাজু থাকক…

আপুনিও বেছিকৈ নহৰু খাই ভাল পায় নেকি? তেন্তে এইবোৰ লোকচানৰ বাবে সাজু থাকক…

ভাৰতীয়সকলৰ পাকঘৰ হওক বা পৃথিৱীৰ যিকোনো পাকঘৰ হওক, নহৰু আটাইতকৈ বেছি ব্যৱহাৰ কৰা মছলা। যদি যিকোনো ৰেচিপিত মিহলি কৰা হয়, তেন্তে সোৱাদ দুগুণ বৃদ্ধি পায়। ইয়াৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো নহৰু অতি উপকাৰী। একে সময়তে ইয়াৰ প্ৰবল গোন্ধৰ বাবে কিছু লোকে খাদ্যত বেছি ব্যৱহাৰ নকৰে। নহৰুত ভিটামিন বি ১, কেলচিয়াম, তাম,

উৰণৰ সময়ত কিয় এচি বন্ধ কৰা হয় আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে?

উৰণৰ সময়ত কিয় এচি বন্ধ কৰা হয় আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে?

যদি আপুনি কেতিয়াবা বিমানত উঠিছে, তেন্তে বিমানখন কেনেকৈ চলে আৰু বিমানত কি কি নিয়ম মানি চলিব লাগে সেই বিষয়ে আপুনি নিশ্চয় বহুত লক্ষ্য কৰিছে। কিন্তু, আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে বিমানত এটা সময় আহে, যেতিয়া বিমানত এচি বন্ধ হৈ থাকে। আপুনিও নিশ্চয় ভাবিছে যে উৰণৰ কোনখিনি সময়ত এচি বন্ধ হয়।