চিমেণ্ট নোহোৱাকে কেনেকৈ ৰামসেতুৰ নিৰ্মাণ কৰা হৈছিল

চিমেণ্ট নোহোৱাকে কেনেকৈ ৰামসেতুৰ নিৰ্মাণ কৰা হৈছিল

প্ৰভু ৰামৰ বান্দৰ সেনাৰ দ্বাৰা নিৰ্মিত ৰামসেতুৰ বিষয়ে অকল ৰামায়ণতে নহয় । ইয়াৰ বিৱৰণ তুলসী দাসৰ দ্বাৰা ৰচিত ৰামচৰিত্ৰ মানসত আৰু কেইবাখনো ধৰ্ম গ্ৰন্থটো পোৱা যায়।(Assamese Religious Studies) এইটোৱে কাৰণ যে এই সেতুৰ লগত হিন্দু ধৰ্মৰ লোকসকলৰ মান্যতা জড়িত হৈ আছে। আন্তঃৰাষ্ট্ৰীয় স্তৰত ৰামসেতুক এডেম্স ব্ৰিজ নামেৰে জনা যায়। এই

সাৱধান! তিতাকেৰেলাৰ সৈতে ভুলতো নাখাব এই ৫ টা খাদ্য

সাৱধান! তিতাকেৰেলাৰ সৈতে ভুলতো নাখাব এই ৫ টা খাদ্য

তিতা স্বাস্থ্যৰ বাবে এক সম্পদ। ইয়াক খোৱাটো উপকাৰী। খাদ্যত ইয়াৰ সোৱাদ তিতা হ’ব পাৰে কিন্তু ই ঔষধৰ দৰে কাম কৰে। যদি আপুনি দৈনিক তিতাকেৰেলা আহাৰত গ্ৰহণ কৰে, তেন্তে বহু ধৰণৰ ৰোগ আপোনাৰ পৰা আঁতৰত থাকে। ডায়েবেটিছ ৰোগীৰ বাবে তিতাকেৰেলা ৰোগৰ ঔষধতকৈ কম নহয়। ই ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। পেটৰ লগত

একাদশী, সূৰ্যগ্ৰহণ আৰু এইকেইটা দিনত কেতিয়াও তুলসী গছ ৰোপণ নকৰিব

একাদশী, সূৰ্যগ্ৰহণ আৰু এইকেইটা দিনত কেতিয়াও তুলসী গছ ৰোপণ নকৰিব

কোৱা হয় যে যি ঘৰত সেউজীয়া তুলসী গছ আছে, দেৱী লক্ষ্মীৰ আশীৰ্বাদ তাতেই থাকে আৰু এনে ঘৰত সদায় সুখ আৰু সমৃদ্ধি বাস কৰে। এই উদ্ভিদৰ হিন্দু ধৰ্মত যথেষ্ট গুৰুত্ব আছে। হিন্দু ধৰ্মৰ লগত জড়িত বহুতো গ্ৰন্থ আৰু পুৰাণতো তুলসী উদ্ভিদৰ গুৰুত্বৰ বৰ্ণনা পোৱা গৈছে। হিন্দু ধৰ্মত তুলসী উদ্ভিদ লক্ষ্মী দেৱীৰ

শ্ৰীনিবাসৰ ঘৰত আৰক্ষীয়ে আঁৰিলে জাননী, ২ ম’ত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ জাননীত

শ্ৰীনিবাসৰ ঘৰত আৰক্ষীয়ে আঁৰিলে জাননী, ২ ম’ত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ জাননীত

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেত্ৰী ড০ অংকিতা দত্তই শ্ৰীনিবাসৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ তুলি টুইট কৰাৰ লগে লগে কংগ্ৰেছৰ ভিতৰচ’ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত অংকিতা দত্তই এক গোচৰো ৰুজু কৰিছিল৷ এই অভিযোগৰ ভিত্তিতে শনিবাৰে মহানগৰ আৰক্ষীৰ এটা দল ৰাওনা হৈছিল কৰ্ণাটকলৈ ৷ দেওবাৰে পুৱাই

ৰঙিয়াত মর্মান্তিক দুর্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত ছুইফট বাহন দুৰ্ঘটনাত থিতাতে নিহত পিতৃ-কন্যা

ৰঙিয়াত মর্মান্তিক দুর্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত ছুইফট বাহন দুৰ্ঘটনাত থিতাতে নিহত পিতৃ-কন্যা

ৰঙিয়াৰ ভাতকুছিত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত ছুইফট বাহন। দুৰ্ঘটনাত থিতাতে নিহত পিতৃ-কন্যা। নিহত শিৱপ্ৰসাদ বৰুৱা আৰু চন্দ্ৰমা বৰুৱা। নিহত চন্দ্ৰমা বৰুৱা আছিল নৱ-বিবাহিতা। আহত এটি শিশুসহ চাৰিগৰাকী লোক। মঙলদৈৰ পৰা বৰপেটালৈ যোৱাৰ পথত দুৰ্ঘটনা।