অসমৰ গামোছাই আনুষ্ঠানিকভাৱে লাভ কৰিলে GI-TAGৰ প্ৰমাণপত্ৰ

অসমৰ গামোছাই আনুষ্ঠানিকভাৱে লাভ কৰিলে GI-TAGৰ প্ৰমাণপত্ৰ

অসমৰ গামোছাক আনুষ্ঠানিকভাৱে GI TAG প্ৰদান। মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰিলে প্ৰমাণপত্ৰ। সৰুসজাইত আজি উখল মাখল পৰিৱেশৰ মাজতে এই প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। GI-REG পেটেণ্টৰ কন্ট্ৰোলাৰ জেনেৰেল আজি আনুষ্ঠানিকভাৱে অসমৰ গামোছাৰ GI TAGৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। ২০২২ চনৰ ডিচেম্বৰত অসমৰ গামোছাই লাভ কৰিছিল GI TAG।

বিহু নাচৰ মাজতে মামাৰ লগত ছেলফি উঠিবলৈ ভিৰ নাচনীৰ।

বিহু নাচৰ মাজতে মামাৰ লগত ছেলফি উঠিবলৈ ভিৰ নাচনীৰ।

অসমীয়াৰ চেনেহৰ বিহুটিয়ে গঢ়িলে বিশ্ব অভিলেখ ! গীনিজ বুকৰ বিষয়ববীয়াৰ সন্মুখত ১১,৩০৪ গৰাকী বিহুৱা-নাচনীয়ে প্ৰদৰ্শন কৰিলে বিহু । কাইলৈ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গীনিজ কৰ্তৃপক্ষই প্ৰদান কৰিব প্ৰমাণপত্ৰ। অৱশেষত গৰু বিহুৰ আগদিনাই অসমবাসীলৈ আহিল সেই সুখবৰ। হেঁপাহৰ বিহুৱে গঢ়িলে বিশ্ব অভিলেখ। সৰুসজাইত ১১,৩০৪ গৰাকী নাচনী-বিহুৱাৰ লগতে অগণন লোক এই অনন্য ক্ষণৰ সাক্ষী

সৰুসজাইত বিহুৱে ৰচনা কৰিলে ইতিহাস। গীনিজ বুকত নাম অন্তৰ্ভুক্ত হ’ল  অসমীয়াৰ বাপতিসাহোন বিহুৰ।

সৰুসজাইত বিহুৱে ৰচনা কৰিলে ইতিহাস। গীনিজ বুকত নাম অন্তৰ্ভুক্ত হ’ল অসমীয়াৰ বাপতিসাহোন বিহুৰ।

সৰুসজাইত বিহুৱে ৰচনা কৰিলে ইতিহাস। গীনিজ বুকত নাম অন্তৰ্ভুক্ত হ’ল অসমীয়াৰ বাপতিসাহোন বিহুৰ। ১১,২৯৮ নাচনী-ঢুলীয়াৰে বিহু পৰিৱেশন মানুহে বিৰ দি নোপোৱা এক পৰিৱেশ । সকলো আহিছে এক ইতিহাসৰ সাক্ষী হ’বলৈ । বিশ্বৰ মজিয়াত বিহুক প্ৰতিষ্ঠা কৰাৰ বাবে এই আয়োজন । সাজু ৰাইজ, সাজু নাচনী-ঢুলীয়া । সময় তেতিয়া ১৩ এপ্ৰিলৰ সন্ধিয়া