চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ বাকৰিত অসমীয়াৰ নৱ বৰ্ষক আদৰাৰ ব্যতিক্ৰমী অনুষ্ঠান l

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ বাকৰিত অসমীয়াৰ নৱ বৰ্ষক আদৰাৰ ব্যতিক্ৰমী অনুষ্ঠান l

  টীয়ক ১২ মাৰ্চ/২৩ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ ব্যতিক্ৰমী অনুষ্ঠানে আদৰিলে অসমীয়াৰ হেঁপাহৰ আপোন বিহুটিক।মহাবিদ্যালয়ৰ উদ্যোগত আৰু টীয়ক প্ৰেছ ক্লাবৰ সহযোগত মহাবিদ্যালয়ৰ বাকৰিত নৱ নৱ বহাগ শীৰ্ষক অসমীয়া নৱবৰ্ষ আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।বৃহত্তৰ টীয়কৰ প্ৰায় ২৫ টি অনুষ্ঠান-শিক্ষানুষ্ঠানক লগত লৈ আয়োজন কৰা এই অনুষ্ঠানত হুচৰি, বিহু ,ঝুমুৰ,মিচিং বিহু,বিহুসুৰীয়া নৃত্য,সুৰ,সমলয়কে

ৰোজা ৰাখি গুচি গ’ল উদীয়মান সংবাদকর্মী মাইনা দা !

ৰোজা ৰাখি গুচি গ’ল উদীয়মান সংবাদকর্মী মাইনা দা !

মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ পথ দুৰ্ঘটনা। চিটী বাছে মহতিয়াই নিলে এজন সংবাদকৰ্মীক। স্কুটীৰে আহি থকাৰ সময়তে চিটি বাছৰ খুন্দাত থিতায়ে নিহত হয় সংবাদকৰ্মীজন। নিহত সংবাদকৰ্মীজনৰ নাম মুস্তাক আলম। গুৱাহাটীৰ এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল মুস্তাক আলম। বশিষ্ঠৰ বৰপথাৰৰ পৰা কাৰ্যালয়লৈ স্কুটীৰে গৈ থকাৰ সময়তে দুৰ্ঘটনাত নিহত হয় মুস্তাক আলম। বেলতলাৰ পৰা

NRC কেলেংকাৰিক লৈ প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ।

NRC কেলেংকাৰিক লৈ প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ।

NRC কেলেংকাৰিক লৈ প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ। প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা ক’লে মুখ্যমন্ত্ৰীয়ে WATCH VIDEO

মঞ্চত নহয় ৰাইজৰ মাজত সোমাই ভাষণ দিলে হাগ্ৰামা মহিলাৰীয়ে

মঞ্চত নহয় ৰাইজৰ মাজত সোমাই ভাষণ দিলে হাগ্ৰামা মহিলাৰীয়ে

এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা গ’ল বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক। মঞ্চত নহয় ৰাইজৰ মাজত দেখা গ’ল মহিলাৰীক ৷ মাইক্ৰোফোন হাতত লৈ ৰাইজৰ মাজত গৈ বুজ ল’লে সমস্যাৰ। সমৰ্থকৰ সৈতে ছেলফিও উঠিলে মহিলাৰীয়ে ৷ সভাত পুনৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োক টাৰ্গেট কৰি লয় হাগ্ৰামা মহিলাৰীয়ে ৷