মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সৰৱ হৈ পৰিছে সাংসদ অজিত কুমাৰ ভূঞা। হিমন্ত বিশ্ব শৰ্মাক ভুৱা প্ৰতিশ্ৰুতিৰ মহানায়ক আখ্যা দিছে ৰাজ্যসভাৰ সাংসদ ভূঞাই। ভেল্কিবাজিৰে যোৱ দুটা বছৰ অসমৰ ৰাইজক বহুত ঠগিলে বুলি অজিত কুমাৰ ভূঞাই অভিযোগ কৰে। বিশিষ্ট সাংবাদিক তথা সাংসদগৰাকীৰ মতে দেউলীয়া চৰকাৰক কেগে সতৰ্ক কৰি দিয়াটো
বিভিন্ন সময়ত বলিউড অভিনেতা ছলমান খানলৈ ভাবুকি ভৰা বাৰ্তা আহে। কিছুদিন পূৰ্বে এটা ইমেইলৰ জৰিয়তে ছলমান খানক হত্যাৰ ভাবুকি প্ৰেৰণ কৰিছিল কোনোৱে ।এই পৰ্যন্ত আৰক্ষীয়ে জানিব পৰা নাই কোনে প্ৰেৰণ কৰিছিল সেই মেইল। ইয়াৰ মাজতে আৰক্ষী থানালৈ ফোন কৰিও হত্যাৰ ভাবুকি প্ৰদান কৰিছিল ছলমানক। এই সংক্ৰান্তত মঙলবাৰে মুম্বাই আৰক্ষীয়ে ১৬
এপলৰ মুখ্য কাৰ্যবাহী বিষয়াই ভাৰতত খুলিব এপল ষ্ট’ৰ । কুকে চীনৰ পিছতেই ভাৰতত এপ’ল ষ্টৰ খোলাৰ সিদ্ধান্ত লৈছে । এই লৈ এপলৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব । ভাৰতলৈ আহি বিষয়াগৰাকীয়ে এপলৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে কৈনেকৈ ভাৰতৰ বজাৰ দখল কৰিব পাৰি এইসমূহ দিশ নিৰিক্ষণ কৰিব ।
আৰ্থিক সাহায্য প্ৰদান কৰা এই ২ হাজাৰ ১১৪ খন বিহু সমিতিৰ ভিতৰত গুৱাহাটীৰ বিহু সমিতি আছে ১২০ খন। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁৰ ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। তাৰ ভিতৰত তেওঁ পহিলা জেঠৰ পৰা ৰাজ্যত কোনো বিহুৰ অনুষ্ঠান পাতিব নোৱাৰিব বুলি উল্লেখ কৰিছে। ইয়াৰ পৰিৱৰ্তে বিহু সমিতিয়ে অনুষ্ঠিত কৰিব
ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্রীৰ সংবাদমেল •‘গীনিজ বকু অব ৰেকৰ্ডৰ অনুষ্ঠান ১৪ এপ্রিলত নহয়’ •১৩ এপ্রিলত হ’ব এই অনুষ্ঠান •১৪ এপ্রিলতো অনুষ্ঠিত হ’ব এই অনুষ্ঠান, পিছে ৰেৰ্কডৰ বাবে নহয় •সন্ধিয়া ৫.৩০ৰ পৰা ৬.৩০ বজাৰ ভিতৰত বিহু নাচৰ অনুষ্ঠান •১৩ এপ্রিলত সকলো ৰাইজক সৰুসজাইলৈ নিমন্ত্রণ ৰাজ্য চৰকাৰৰ •পৰহিলৈ প্রধানমন্ত্রীৰ উপস্থিতিত প্রমাণ