‘চলিত বৰ্ষৰ শেষৰ ফালে সম্পূৰ্ণ হৈ উঠিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণৰ কাম৷ অহা বৰ্ষৰ মাৰ্চ বা এপ্ৰিল মাহতে এই দলংখন ৰাইজৰ সেৱাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ’ব৷’–এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে দিছপুৰৰ জনতা ভৱনত এক সংবাদ মেলত অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত
দীৰ্ঘদিনীয়া অসম-অৰুণাচলৰ সীমা বিবাদৰ মাজতে অসম আৰু অৰুণাচলৰ মাজত চুক্তি স্বাক্ষৰ। অসম-অৰুণাচলৰ সীমা বিবাদক লৈ দুয়োখন ৰাজ্যৰ মাজত সময়ে সময়ে সংঘাতৰ সৃষ্টি হৈ আহিছে। দুয়োখন ৰাজ্যৰ সীমামূৰীয়া লোকে এই ক্ষেত্ৰত বহুতো সমস্যাৰো সন্মুখীন হৈ আহিছে। তেনে সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ ৰাজ্য দুখনৰ মাজত এক চুক্তি স্বাক্ষৰ কৰাৰ পৰিলক্ষিত হয়। উক্ত
মঙলবাৰে ডিব্রুগড়ত উপস্থিত হয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ।মানকটাত বিশাল জনসভাত অংশগ্রহণ কৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে। এই অনুষ্ঠানত শ্বাহৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আন নেতা মন্ত্ৰীও। বিজেপিৰ নতুন কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰি অমিত শ্বাহে কংগ্ৰেছক উদ্দেশ্য কৰি কটাক্ষমূলক মন্তব্য কৰে শ্বাহে। তেওঁ কয়
লক্ষ্মী মাৰ কৃপা থকাটো অতি প্ৰয়োজন, অন্যথা জীৱনটো অভাৱ আৰু দৰিদ্ৰতাৰে পাৰ হৈ যায়। সেয়েহে মানুহে মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ পূজা-পাঠ, অন্য় ধৰণৰ উপায় কৰি থাকে। ধৰ্ম, জ্যোতিষ শাস্ত্ৰ আৰু বাস্তু শাস্ত্ৰত মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ বহুতো কৌশল কোৱা হৈছে, যাতে ধন লাভ কৰি ধনী হৈ থাকিব পাৰে। যি ঘৰত
যেতিয়া ৰাস্তাৰে খোজকাঢ়ি গৈ থাকে তেতিয়া ৰাস্তাত পৰি থকা বস্তুবোৰৰ প্ৰতি অলপ গুৰুত্ব দিব। নহ’লে আপোনাৰ অজানিতে হোৱা এই ভুলৰ পৰিনাম আপুনি বেয়াকৈ ভুগিব। নিজেই মাতি আনিব নিজৰ দুৰ্ভাগ্য। লোকবিশ্বাস অনুসৰি ৰাস্তাত পৰি থকা কিছুমান বস্তুৱে আপোনাৰ বিপদ মাতি আনিব পাৰে। পিছে জানি লও আহক কি কি বস্তু ৰাস্তাত পৰি