বান্দিপুৰ ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পত নতুন ৰূপত প্ৰধানমন্ত্ৰী মোডী…

বান্দিপুৰ ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পত নতুন ৰূপত প্ৰধানমন্ত্ৰী মোডী…

পনুৰ ৰূপ সলনি কৰিলে নৰেন্দ্ৰ মোডীয়ে। বগা কুৰ্টা, ৰঙীন কোটৰ পৰিৱৰ্তে এইবাৰ পৰিধান কৰিলে খাকী পোছাক। এদিনৰ বাবে তেওঁ নিজকে সজাই তুলিলে ফৰেষ্ট অফিচাৰৰ ৰূপত। কৰ্ণাটক ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত এই নতুন ৰূপ ধাৰণ কৰিলে। দেওবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যখনৰ বান্দিপুৰ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল ভ্ৰমণ কৰাৰ লগতে থেপ্পাকাডু হস্তী শিবিৰো পৰিদৰ্শন

গুৱাহাটীৰ ট্ৰেফিক জাম ভয়ংকৰ : অভিনেত্ৰী প্ৰীতি জিণ্টা

গুৱাহাটীৰ ট্ৰেফিক জাম ভয়ংকৰ : অভিনেত্ৰী প্ৰীতি জিণ্টা

বলীউডৰ অভিনেত্ৰী প্ৰীতি জিণ্টাই শেহতীয়াকৈ গুৱাহাটীত কামাখ্যা মন্দিৰ দৰ্শন কৰে। বিগত ৫ এপ্ৰিলত আইপিএলৰ নিজ দল পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ খেলখন চাবলৈকো বৰষাপাৰা ষ্টেডিয়ামত গৈছিল। পঞ্জাৱ কিংছৰ এগৰাকী স্বত্বাধিকাৰী হিচাপে নিজৰ দলটোক উৎসাহ দিবলৈ অসমলৈ অহাৰ লগতে খেলখন উপভোগ কৰে। তেওঁ খেলখনৰ পূৰ্বে কামাখ্যা মন্দিৰ দৰ্শন কৰে আৰু ইয়াৰ

হাতী গৈ থাকিলে কুকুৰে ভুকাটো সাধাৰণ কথা : ৰূপজ্যোতি কুৰ্মী

হাতী গৈ থাকিলে কুকুৰে ভুকাটো সাধাৰণ কথা : ৰূপজ্যোতি কুৰ্মী

তাজমহল, কুটুবমিনাৰ ভাঙিবলৈ কৈ বিতৰ্কৰ মাজত সোমাই পৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তেওঁৰ ওপৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোচৰ ৰুজু হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰূপজ্যোতি কুৰ্মীৰ মতে, হাতী গৈ থাকিলে কুকুৰে ভুকাটো সাধাৰণ কথা। তেওঁ কয়, ‘‘শুদ্ধ মনেৰে যিটো মই ভাবো, সেয়া মই কওঁ আৰু কৈ যাম।’’ তেওঁৰ ওপৰত দিয়া

৯ এপ্ৰিলৰ ৰাশিফল,আজি কি চমকে অপেক্ষা কৰিছে আপোনাৰ বাবে…

৯ এপ্ৰিলৰ ৰাশিফল,আজি কি চমকে অপেক্ষা কৰিছে আপোনাৰ বাবে…

মেষ :  আজি এনে এটা ঘটনা ঘটিব পাৰে যিটো আপোনাৰ স্বাৰ্থত নহ’ব পাৰে। স্বাস্থ্য আৰু খ্যাতিৰ বিষয়ে সতৰ্ক হ’ব। দিনটোত নিষ্ফল খৰধৰ হ’ব। বৃষ : সৃষ্টিশীল প্ৰচেষ্টা সফল হ’ব। চৰকাৰৰ পৰা সমৰ্থন থাকিব। ব্যৱসায়িক পৰিকল্পনা সফল হ’ব। সামাজিক কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ব। মিথুন : অৰ্থনৈতিক দিশটো শক্তিশালী হ’ব। ঘৰুৱা উপযোগী সামগ্ৰীত