তামুলপুৰ জিলাৰ সংবাদদাতা, তামুলপুৰ, ১১ ছেপ্টেম্বৰঃ তামুলপুৰ জিলাৰ অন্তৰ্গত তামুলপুৰ আৰক্ষী থানাৰ অধীনৰ দৰঙামেলাত আজি দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ গগৈৰ নেতৃত্বত যোৱা এটি আৰক্ষী দল আৰু ৬৪ নম্বৰ বাহিনী এছএছবিয়ে ৮ টা গ্ৰেণেড, দুটা হস্তনিৰ্মিত বন্দুকৰ লগতে ধুনু আৰু কাঁড় মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ
নিউজ ব্যুৰ’,নগাঁও,১১ছেপ্টেম্বৰ:– নগাঁও জিলাৰ বৰক’লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰ চাহিবত বৰক’লাৰ সমূহ শিখ সংগতৰ সহযোগত কেন্দ্ৰীয়ভাৱে ৬ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়াকৈ আয়োজিত শ্ৰীগুৰু গ্ৰন্থ চাহিবৰ ৪২০সংখ্যক প্ৰকাশ দিৱসটি মঙলবাৰে সন্ধিয়া সফলভাৱে সামৰণি পৰে। পুৱা ৯বজাত শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ দ্বিতীয় তথা অন্তিম পবিত্ৰ অখণ্ড পাঠ আৰু ১১বজাৰ পৰা শ্বৰবদ কীৰ্ত্তন তথা ধৰ্মালোচনী সভা
নিউজ ব্যুৰ’,নগাঁও,১১ছেপ্টেম্বৰ:– মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি সত্ৰীয়া নৃত্যৰ জৰিয়তে দেশ তথা বিশ্বদৰবাৰত নিজকে চিনাকি দিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ দক্ষিণপাটৰ এগৰাকী যুৱতী। এই যুৱতীগৰাকী হৈছে বেবেজীয়াৰ সমীপৰ দক্ষিণপাটৰ শিক্ষক নিকুঞ্জ মোহন শৰ্মা আৰু ইৰানী গোস্বামীৰ কন্যা ৰিছা কাশ্যপ। উল্লেখ্য যে ভাৰত চৰকাৰৰ সংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত থাইলেণ্ডৰ বেংককত অনুষ্ঠিত কৰা
নিউজ ব্যুৰ’,নগাঁও,১১ছেপ্টেম্বৰ:–নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মংগলবাৰে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জিলাখনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতি সম্পৰ্কে খতিয়ান লোৱাৰ লগতে আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,ৰহা সমষ্টিৰ বিধায়ক
Early Identification and Treatment of Anaemia in Pregnant Women, Lactating Mother & Adolescent girls
A comprehensive Anaemia TEST TREAT & TALK camp was organised today in various ICDS Projects of the Kamrup district of Assam. The camp aimed to identify and address anaemia among adolescent girls, providing essential awareness on its symptoms, consequences, care, and treatment. In addition to the health check-ups, the camp