নাজিৰা মহকুমাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত দেওপানী ইটাখোলাত নিজ জোৱায়েকে অতি নিষ্ঠুৰ ভাৱে হত্যা কৰি বাৰি চুকৰ এটা গাঁতত পুতি থোৱা অৱস্থাত খান্দি উদ্ধাৰ কৰে এজন ৬০ বছৰীয়া বৃদ্ধক ।
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মডেলিং জগতত পুনৰ সুনাম কঢ়িয়াই সমগ্ৰ অসম তথা টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে টীয়ক নগৰৰ নিবাসী সুৰেশ গগৈ আৰু প্ৰতিমা গগৈৰ বৰ কন্যা ৰিতৃষ্ণা গগৈয়ে।সদ্য কলকতাত অনুষ্ঠিত Super model
যি সকল নিবনুৱাই ঘৰত বহি আছে অৰ্থৰ অভাৱত নিজা ব্যৱসায় আৰম্ভ কৰিব পৰা নাই ,তেওঁলোকৰ বাবে সুখবৰ । অতি সহজতে লোন প্ৰদান কৰিব Andromeda বিত্তীয় প্রতিষ্ঠানে । আজি ৰঙিয়া চহৰত
আদিবাসী জনগোষ্ঠীটোৰ পৰা হাবি-জংঘললৈ ওলাই গৈ জন্ম লোৱা বিভিন্ন অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে ইতিমধ্যে মূল সুঁতিলৈ উভতি আহি যোৱা ১৫ চেপ্তেম্বৰ ২০২২ তাৰিখে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী
নিউজ ব্যুৰ’,নগাঁও,৫জানুৱাৰী:–অসম সাহিত্য সভাৰ অন্তৰ্ভূক্ত নগাঁও জিলা সাহিত্য সভাৰ সপ্তবিংশতিতম দ্বি বাৰ্ষিক পূৰ্ণাংগ অধিবেশনখনি অহা ৮ জানুৱাৰীত (ৰবিবাৰে)কপিলী-নিশাৰী-বৰপানী নৈৰে পৰিৱেষ্টিত,অপ্ৰমাদী কবি মাধৱ কন্দলীৰ লিখিত ৰামায়ণ চৰ্চাৰ পীঠস্থান তথা বিষ্ণুপুৰী,ৰত্নাৱলী, মাধৱপাৰা